আদিপুৰুষ (Adipurush) মহাকাব্য ৰামায়ণৰ ওপৰত আধাৰিত এখন ভাৰতীয় হিন্দু পৌৰাণিক চলচ্চিত্ৰ।১ চলচ্চিত্ৰখন ওম ৰাউটে পৰিচালনা কৰিছে আৰু টি-চিৰিজ ফিল্মছ আৰু ৰেট্ৰোফিলছৰ দ্বাৰা প্ৰযোজিত।২ হিন্দী আৰু তেলেগু ভাষাত একেলগে দৃশ্যগ্ৰহণ কৰা ছবিখনত প্ৰভাসে অদিপুৰুষৰ চৰিত্ৰত, কৃতি চাননে সীতাৰ চৰিত্ৰত আৰু চৈফ আলী খানে লঙ্কেশৰ চৰিত্ৰত অভিনয় কৰিছে।৩৪ আদিপুৰুষ এতিয়ালৈকে নিৰ্মাণ কৰা আটাইতকৈ ব্যয়বহুল ভাৰতীয় চলচ্চিত্ৰসমূহৰ ভিতৰত অন্যতম।৩
চলচ্চিত্ৰখনৰ মুখ্য ফটোগ্ৰাফীৰ কাম ২০২১ চনৰ ২ ফেব্ৰুৱাৰী তাৰিখে আৰম্ভ কৰিছিল।৫ চলচ্চিত্ৰখন ২০২৩ চনৰ ১৬ জুন তাৰিখে ছবিগৃহত মুক্তি লাভ কৰে৷৬
অভিনয়ত
- প্ৰভাস - আদিপুৰুষ
- কৃতি সেনন - জানকী
- ছৈয়ফ আলী খান - লংকেশ
- চানী সিং - লক্ষ্মণ
- দেৱদত্ত নাগ - হনুমান৭
- বৎসল শেঠ৮
- ট্ৰুপটি তোৰাডমা (Trupti Toradmal)৯
তথ্যসূত্ৰ
- ↑ K, Janani. (28 February 2021). Prabhas spotted in Mumbai, to start shooting for Adipurush in March.. India Today
- ↑ (2020-12-04). Prabhas' 'Adipurush' to Akshay Kumar's 'Ram Setu': Bollywood's upcoming mythological films to look forward to. The Times of India
- ↑ Prabhas' 3D epic 'Adipurush' adds 'Penguin' cinematographer Kharthik Palani. The New Indian Express
- ↑ (2020-11-19). Prabhas, Saif Ali Khan's 'Adipurush' to release in August 2022. The Hindu
- ↑ Prabhas and Saif Ali Khan starrer Adipurush starts shooting from today. filmfare.com
- ↑ Adipurush New Release Date: సంక్రాంతి రేసు నుంచి ఆదిపురుష్ ఔట్ - కొత్త రిలీజ్ డేట్ ఇదే. Hindustan Times Telugu
- ↑ (26 June 2021). Popular actor to play Hanuman in Adipurush. Telugu Bulletin
- ↑ I'm proud of everything that I've done so far: Vatsal Sheth on his acting career and being a part of Adipurush - Times of India. The Times of India
- ↑ (12 March 2021). Exclusive! Trupti Toradmal on her Bollywood debut with Prabhas starrer 'Adipurush': Its a dream come true moment for me. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আদিপুৰুষ (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫৭৬৭৬৮ (১২ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।