অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

অৰণ্যেৰ অধিকাৰ

অৰণ্যেৰ অধিকাৰ (প্ৰথম প্ৰকাশ:১৯৭৭) হ'ল মহাশ্বেতা দেৱী ৰচিত বাংলা উপন্যাস। এইখন উপন্যাসৰ বাবে মহাশ্বেতা দেৱীয়ে ১৯৭৯ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। উপন্যাসখনত ভাৰতীয় জনজাতীয় স্বাধীনতা সংগ্ৰামী বিৰছা মুণ্ডাৰ জীৱন আৰু যুদ্ধৰ বৰ্ণনা কৰা হৈছে।

হালনাগাদ: ২৫ ছেপ্তেম্বৰ ২০২৬ ৫৪ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

অৰণ্যেৰ অধিকাৰ (প্ৰথম প্ৰকাশ:১৯৭৭) হ'ল মহাশ্বেতা দেৱী ৰচিত বঙালী ভাষা উপন্যাস।১ এইখন উপন্যাসৰ বাবে মহাশ্বেতা দেৱীয়ে ১৯৭৯ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।২ উপন্যাসখনত ভাৰতীয় জনজাতীয় স্বাধীনতা সংগ্ৰামী বিৰছা মুণ্ডাৰ জীৱন আৰু যুদ্ধৰ বৰ্ণনা কৰা হৈছে।৩

অসমীয়া অনুবাদ

এই উপন্যাসখন অৰণ্যৰ অধিকাৰ নামেৰে অসমীয়ালৈ অনুবাদ কৰাৰ বাবে কুলনাথ গগৈয়ে ১৯৯৫ চনত সাহিত্য অকাডেমিৰ অনুবাদ বঁটা লাভ কৰে।

তথ্যসূত্ৰ

  1. ↑ Susie J. Tharu; Ke Lalita. (1991). Women Writing in India: The twentieth century. Feminist Press at CUNY. পৃ. 234–. ISBN 978-1-55861-029-3
  2. ↑ Google doodle on Mahasweta Devi on her birth anniversary. @businessline
  3. ↑ G. N. Devy. (2002). Indian Literary Criticism: Theory and Interpretation. Orient Blackswan. পৃ. 224–. ISBN 978-81-250-2022-6

সম্পৰ্কিত শ্ৰেণী

গ্ৰন্থসাহিত্য অকাডেমি বঁটা বিজয়ী গ্ৰন্থবঙালী গ্ৰন্থউপন্যাস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰণ্যেৰ অধিকাৰ” প্ৰবন্ধৰ সংশোধন ৬৩৮২৪০ (২৫ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।