অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

অসমীয়া সাহিত্যৰ ৰূপৰেখা

অসমীয়া সাহিত্যৰ ৰূপৰেখা হৈছে মহেশ্বৰ নেওগৰ দ্বাৰা ৰচিত অসমীয়া ভাষা-সাহিত্য-সংস্কৃতি বিষয়ক এখন সংক্ষিপ্ত বুৰঞ্জীসদৃশ গ্ৰন্থ৷ গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হয় ১৯৬২ চনৰ অক্টোবৰত৷ গ্ৰন্থখনৰ ত্ৰয়োদশ তাঙৰণটো প্ৰকাশ কৰিছে চন্দ্ৰ প্ৰকাশে৷ এই সংস্কৰণটোত মুঠ ১৬ টা অধ্যায় আছে৷ মুঠ পৃষ্ঠা সংখ্যা ৪০০ টা।

হালনাগাদ: ২১ মে’ ২০২৪ ৪১ শব্দ · ১ মিনিট সংগৃহীত ৫০
সংশোধনৰ পৰামৰ্শ

অসমীয়া সাহিত্যৰ ৰূপৰেখা হৈছে মহেশ্বৰ নেওগৰ দ্বাৰা ৰচিত অসমীয়া ভাষা-সাহিত্য-সংস্কৃতি বিষয়ক এখন সংক্ষিপ্ত বুৰঞ্জীসদৃশ গ্ৰন্থ৷১ গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হয় ১৯৬২ চনৰ অক্টোবৰত৷ গ্ৰন্থখনৰ ত্ৰয়োদশ তাঙৰণটো প্ৰকাশ কৰিছে চন্দ্ৰ প্ৰকাশে৷ এই সংস্কৰণটোত মুঠ ১৬ টা অধ্যায় আছে৷ মুঠ পৃষ্ঠা সংখ্যা ৪০০ টা।

তথ্যসূত্ৰ

  1. ↑ Dr. Maheswar Neog. Name: Asomiya Sahityar Ruprekha

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমীয়া সাহিত্যৰ ৰূপৰেখা” প্ৰবন্ধৰ সংশোধন ৪২১৪২৯ (২১ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।