অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

অসমীয়া ভাষা (গ্ৰন্থ)

অসমীয়া ভাষা (Axamiya Bhaxa) হৈছে লেখক, অধ্যাপক ড॰ ভীমকান্ত বৰুৱাৰ অসমীয়া ভাষা সম্পৰ্কে লিখা গ্ৰন্থ। গ্ৰন্থখন প্ৰথমে ১৯৯৭ চনত বনলতা প্ৰকাশনে প্ৰকাশ কৰে। ২০০৬ চনত লেখকে দ্বিতীয় সংস্কৰণত চাৰিটা নতুন লেখা সংযোগ কৰে।

হালনাগাদ: ২৪ ফেব্ৰুৱাৰী ২০২১ ৩৩ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

অসমীয়া ভাষা (Axamiya Bhaxa) হৈছে লেখক, অধ্যাপক ড॰ ভীমকান্ত বৰুৱাৰ অসমীয়া ভাষা সম্পৰ্কে লিখা গ্ৰন্থ। গ্ৰন্থখন প্ৰথমে ১৯৯৭ চনত বনলতা প্ৰকাশনে প্ৰকাশ কৰে। ২০০৬ চনত লেখকে দ্বিতীয় সংস্কৰণত চাৰিটা নতুন লেখা সংযোগ কৰে।১

তথ্যসূত্ৰ

  1. ↑ Baruah, Dr. Bhim Kanta. (August, 2013). Axamiya Bhaxa. Banalata. ISBN 81-7339-194-7

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমীয়া ভাষা (গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ২৬৪৬৪৮ (২৪ ফেব্ৰুৱাৰী ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।