অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

অসমত দেখা পোৱা উভচৰ প্ৰাণীসমূহ

http://www.dibrusaikhowanationalpark.in/reptile_chk.html

হালনাগাদ: ১ নৱেম্বৰ ২০২৬ ৬ শব্দ · ১ মিনিট সংগৃহীত ৪৬
সংশোধনৰ পৰামৰ্শ
অসমীয়া নামইংৰাজী নামবৈজ্ঞানিক নামচিত্ৰ
চুক ভেকুলীCommon Asian ToadDuttaphrynus melanostictus
বামুণ ভেকুলাIndian Bull FrogHoplobatrachus tigerinus
অসমীয়া হাবি বেংBrown backed Oriental Stream FrogHylarana leptoglossa
ডাঙৰ দলনি বেংBhamo FrogHumerana humeralis
পটিয়া পাত বেংCommon Tree FrogPolypedates leucomystaxsFemale Polypedates leucomystax (KU 330233) from the crater of Mt. Cagua - ZooKeys-266-001-g040.jpg
সেউজীয়া পাত বেংTwin-spotted Tree FrogRhacophorus bipunctatus
পৰুৱা পাত বেংOrnate Narrow mouthed frogMicrohyla ornataMicrohylaOrnata2.jpg

তথ্যসূত্ৰ

সম্পৰ্কিত শ্ৰেণী

উভচৰঅসম সম্পৰ্কীয় তালিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমত দেখা পোৱা উভচৰ প্ৰাণীসমূহ” প্ৰবন্ধৰ সংশোধন ৫৮৬২৯৩ (৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।