অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অতুল বৰা (জ্যেষ্ঠ)

অতুল বৰা (Atul Bora) অসমৰ ভাৰতীয় জনতা পাৰ্টিৰ এজন ৰাজনীতিক। ১৯৮৫, ১৯৯১, ১৯৯৬ আৰু ২০১৬ চনৰ অসম বিধানসভা নিৰ্বাচনত দিছপুৰ সমষ্টিৰ পৰা তেওঁ নিৰ্বাচিত হৈছিল। তেওঁ অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক সদস্য আছিল আৰু প্ৰফুল্ল কুমাৰ মহন্ত চৰকাৰত মন্ত্ৰী আছিল। ২০১৩ চনত তেওঁ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।

হালনাগাদ: ২ জুন ২০২৫ ৪৭ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

অতুল বৰা (Atul Bora) অসমৰ ভাৰতীয় জনতা পাৰ্টীৰ এজন ৰাজনীতিক। ১৯৮৫, ১৯৯১, ১৯৯৬ আৰু ২০১৬ চনৰ অসম বিধানসভা নিৰ্বাচনত দিছপুৰ সমষ্টিৰ পৰা তেওঁ নিৰ্বাচিত হৈছিল।১২৩ তেওঁ অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক সদস্য আছিল আৰু প্ৰফুল্ল কুমাৰ মহন্ত চৰকাৰত মন্ত্ৰী আছিল। ২০১৩ চনত তেওঁ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।৪

তথ্যসূত্ৰ

  1. ↑ Assam election results: Highest and lowest margin, the man behind BJP’s historic win
  2. ↑ My Neta
  3. ↑ Student leader to take on political heavyweights in Dispur
  4. ↑ I joined BJP for bigger platform: Atul

সম্পৰ্কিত শ্ৰেণী

অসম বিধানসভাৰ সদস্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অতুল বৰা (জ্যেষ্ঠ)” প্ৰবন্ধৰ সংশোধন ৫১৪৪৩৮ (২ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।