অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৱিকিৱাণ্ড

ৱিকিৱাণ্ড (Wikiwand) ৱিকিপিডিয়াৰ প্ৰবন্ধসমূহ চাবৰ উদ্দ্যেশ্যৰে বিকাশ ঘটোৱা এক ছফ্টৱেৰ ইণ্টাৰফেচ। ই বহুকেইটা জনপ্ৰিয় ৱেব ব্ৰাউজাৰত বিনামূলীয়া এক্সটেনশ্যন বা মোবাইল এপ্প হিচাপে উপলব্ধ। ই কাষ্টম নেভিগেশ্যন, বিজ্ঞাপন আৰু প্ৰায়োজিত প্ৰবন্ধসমূহৰ সৈতে এক ইণ্টাৰফেচ ইয়াত সংযোগ কৰে।

হালনাগাদ: ১১ জানুৱাৰী ২০২১ ৩৬ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

ৱিকিৱাণ্ড (Wikiwand) ৱিকিপিডিয়াৰ প্ৰবন্ধসমূহ চাবৰ উদ্দ্যেশ্যৰে বিকাশ ঘটোৱা এক ছফ্টৱেৰ ইণ্টাৰফেচ।১ ই বহুকেইটা জনপ্ৰিয় ৱেব ব্ৰাউজাৰত বিনামূলীয়া এক্সটেনশ্যন বা মোবাইল এপ্প হিচাপে উপলব্ধ। ই কাষ্টম নেভিগেশ্যন, বিজ্ঞাপন আৰু প্ৰায়োজিত প্ৰবন্ধসমূহৰ সৈতে এক ইণ্টাৰফেচ ইয়াত সংযোগ কৰে।২

তথ্যসূত্ৰ

  1. ↑ Jillian Wong. (21 August 2014). ‘WikiWand’ Gives Wikipedia Clean New Layout For A Better Reading Experience. Taxi
  2. ↑ Dieges & Clust - Wikiwand. Wikiwand

সম্পৰ্কিত শ্ৰেণী

ছফ্টৱেৰৱেবছাইট

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱিকিৱাণ্ড” প্ৰবন্ধৰ সংশোধন ২৫৮৮০০ (১১ জানুৱাৰী ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।