সংগীত
১০১ প্ৰবন্ধ
-
বাম্বা বাক্য
ভক্কীয়াৰাজ ( ইংৰাজী: Bhakkiyaraj; ৩১ অক্টোবৰ ১৯৮০ – ২ ছেপ্টেম্বৰ ২০২২), জনপ্ৰিয়ভাৱে তেওঁৰ মঞ্চনাম বাম্বা বাক্য, এজন ভাৰতীয় তামিল প্লেবেক গায়ক আৰু সংগীতজ্ঞ আছিল। তেওঁ প্ৰধানকৈ সংগীত সুৰকাৰ এ আৰ ৰহমানৰ সৈতে অসংখ্য ছবিত সহযোগিতাৰ কাম কৰিছিল।
-
ভেণ্ডি বজাৰ ঘৰানা
ভেণ্ডি বজাৰ ঘৰানা হৈছে ভাৰতীয় শাস্ত্ৰীয় সংগীত অন্যতম কণ্ঠ ঘৰানা, যাৰ উৎপত্তি ১৮৯০ চনত মুম্বাইৰ ভেণ্ডি বজাৰৰ পৰা হৈছিল। ঘৰানাৰ প্ৰতিষ্ঠাপকসকল মূলতঃ উত্তৰ প্ৰদেশৰ মোৰাদাবাদ অঞ্চলৰ ব্যক্তি আছিল।
-
লোকাল বাছ
লোকাল বাছ (বাংলা: লোকাল বাস) হ'ল জালালি ছেটৰ মমতাজ আৰু ৰেপাৰ শাফায়াতৰ বাংলাদেশী লোকগীত। প্ৰীতমৰ ৰচনা কৰা গীতটি গানচিল বেনাৰত মুক্তি দিয়া হৈছে।
-
শ্যামা সংগীত
শ্যামা সংগীত (Shyama Sangeet, শ্যামা সঙ্গীত) হিন্দু দেৱী শ্যামা বা কালীৰ প্ৰতি উৎসৰ্গিত বঙালী ভক্তিমূলক গীতৰ এটা ধাৰা। কালী হʼল পৰম সাৰ্বজনীন মাতৃদেৱী দুৰ্গা বা পাৰ্বতীৰ এটি ৰূপ। শ্যামা সংগীতক শাক্তগীতি বা দুৰ্গাস্তুতি নামেৰেও জনা যায়।
-
ষ্টিল আই এম এলাইভ
ষ্টিল আই এম এলাইভ (Still I Am Alive) হৈছে পৰ্তুগালৰ দ্য ব্লেক মেম্বা বেণ্ডৰ এটা গীত। এইটো ২০১৮ চনত প্ৰকাশিত তেওঁলোকৰ তৃতীয় ষ্টুডিঅ' এলবাম দ্য মেম্বা কিঙ (The Mamba King)ৰ অন্তৰ্গত।
-
সংগীত শিক্ষাত মহিলা
সংগীত শিক্ষাত মহিলা সংগীত শিক্ষাত মহিলাসকলে প্ৰাথমিক বিদ্যালয় আৰু মাধ্যমিক শিক্ষা পৰ্যায়ত সংগীত শিক্ষাত মহিলা সুৰকাৰ, পৰিচালক, শিক্ষক, আৰু শিক্ষা প্ৰশাসকৰ ভূমিকা বৰ্ণনা কৰে।
-
স্পিৰিচুৱেল (সংগীত)
স্পিৰিচুৱেল (বা নিগ্ৰো স্পিৰিচুৱেল) প্ৰায় আফ্ৰিকান আমেৰিকানসকলে সৃষ্টি কৰা খ্ৰীষ্টধৰ্মীয় গীত। স্পিৰিচুৱেল বা 'আধ্যাত্মিক' গীতসমূহ প্ৰথমে আছিল এক মৌখিক পৰম্পৰাৰ অংশ যিয়ে একেলগে খ্ৰীষ্টান মূল্যবোধ আৰু দাস প্ৰথাৰ বৰ্বৰতা ব্যক্ত কৰিছিল।
-
স্বৰগম
সৰগম হৈছে স্বৰ গোৱাৰ প্ৰক্ৰিয়া, যি সাধাৰণতে ভাৰতীয় সংগীতত ব্যৱহৃত হয়, বন্দিশৰ শব্দৰ পৰিৱৰ্তে, বিভিন্ন অলংকৰণ যেনে মীড়, গমক, কণ আৰু খটকাৰ সৈতে, খেয়াল প্ৰদৰ্শনৰ অংশ হিচাপে। এইটো সাধাৰণতে মধ্যম-গতিত কৰা হয়, আলাপ আৰু তানৰ মাজত সেতু হিচাপে।
-
স্বৰলিপি
স্বৰলিপি হৈছে ভাৰতীয় ধ্ৰুপদী সংগীতৰ বাবে শ্বীট মিউজিকত ব্যৱহৃত যিকোনো পদ্ধতি যিয়ে শ্ৰুতিগতভাৱে উপলব্ধি কৰা সংগীতক লিখিত নোটৰ জৰিয়তে প্ৰকাশ কৰে।
-
ৰাগ ভৈৰৱী (হিন্দুস্থানী)
ভৈৰৱী (হিন্দী: भैरवी,, সিন্ধী: راڳ ڀيروي, বাংলা: ভৈৰবী) হৈছে ভৈৰৱী ঠাটৰ এটি হিন্দুঃস্থানী শাস্ত্ৰীয় সপ্ত স্বৰ (সম্পূৰ্ণ) ৰাগ। পশ্চিমীয়া সংগীতৰ দৃষ্টিভংগীৰে, ৰাগ ভৈৰৱীয়ে ফ্ৰিজিয়ান মোডৰ স্বৰ ব্যৱহাৰ কৰে, যি পৰম্পৰাগত ইউৰোপীয় গীৰ্জা মোডসমূহৰ এটি।
-
ৱাকা ৱাকা (দিচ টাইম ফৰ আফ্ৰিকা)
ৱাকা ৱাকা (দিচ টাইম ফৰ আফ্ৰিকা) (Waka Waka (This Time for Africa)) এটা বিশেষ ধৰণৰ গীত। কলম্বিয়া আৰু বিশ্বৰ অতি জনপ্ৰিয় গায়িকা আৰু গীতিকাৰ ছাকিৰাই দক্ষিণ আফ্ৰিকাৰ বেণ্ড গ্ৰুপ ফ্ৰেছলিগ্ৰাউণ্ডৰ সৈতে গীতটি পৰিৱেশন কৰে।