অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

লোকাল বাছ

লোকাল বাছ (বাংলা: লোকাল বাস) হ'ল জালালি ছেটৰ মমতাজ আৰু ৰেপাৰ শাফায়াতৰ বাংলাদেশী লোকগীত। প্ৰীতমৰ ৰচনা কৰা গীতটি গানচিল বেনাৰত মুক্তি দিয়া হৈছে।

হালনাগাদ: ২৪ জুলাই ২০২৬ ১২৫ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

লোকাল বাছ (বাংলা: লোকাল বাস) হ'ল জালালি ছেটৰ মমতাজ আৰু ৰেপাৰ শাফায়াতৰ বাংলাদেশী লোকগীত। প্ৰীতমৰ ৰচনা কৰা গীতটি গানচিল বেনাৰত মুক্তি দিয়া হৈছে।১

গাঁথনি

এই গীতটিৰ সুৰ প্ৰীতমৰ। তেওঁ বিভিন্ন ধৰণৰ পৰীক্ষা-নিৰীক্ষা কৰি ভাল পায়।২ লকাল বাছ আছিল হিপ-হপ আৰু লোকসংগীতৰ সংমিশ্ৰণ। হিপ-হপৰ লগত লোকসংগীত মিহলি কৰাটো কঠিন আছিল। ডিজিটেল ডাব ষ্টেপ গীতৰ কাম প্ৰথমবাৰৰ বাবে কাম কৰে মমতাজে।৩

মুক্তিৰ ইতিহাস

গীতটো এবছৰৰো অধিক সময় ধৰি উন্নত পৰ্যায়ত আছিল। তাৰ পিছত, গানচিল মিউজিকে ইয়াক সেউজ সংকেত দিয়ে।৪ গানটো ২০১৬ চনৰ ২ ছেপ্টেম্বৰত ইউটিউবত এটা মিউজিক ভিডিঅ'ৰ সৈতে মুক্তি লাভ কৰে আৰু কেইঘণ্টামানৰ ভিতৰতে ভাইৰেল হৈ পৰে। ৫ দিনত এই গীতটিয়ে ইউটিউবত ডেৰ লাখতকৈ অধিক ভিউ লাভ কৰে।৫

অভ্যৰ্থনা

এই গানটো বাংলাদেশৰ প্ৰায় সকলো সংগীত শ্ৰোতাৰ ওচৰত সমাদৃত হৈছে। এই গীতটি প্ৰথমবাৰৰ বাবে মমতাজে এজন হিপ-হপ শিল্পীৰ সৈতে পৰিবেশন কৰে।৬

তথ্যসূত্ৰ

  1. ↑ (4 September 2016). Momtaz into Hiphop. ঢাকা ট্ৰিবিউন
  2. ↑ (4 September 2016). http://www.kalerkantho.com/print-edition/rangberang/2016/09/04/401482. Kaler Kantho
  3. ↑ (7 August 2016). আৰ্কাইভ কপি. Bangladesh Pratidin
  4. ↑ ডেস্ক, বিনোদন. http://www.banglanews24.com/cat/news/515797/url. Banglanews24.com
  5. ↑ (1 January 2000). Jogadora volei de praia nua
  6. ↑ আৰ্কাইভ কপি

সম্পৰ্কিত শ্ৰেণী

সংগীতলোকগীতগীতবাংলাদেশ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লোকাল বাছ” প্ৰবন্ধৰ সংশোধন ৬১৯০৯৪ (২৪ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।