মণিপুৰৰ জিলা
১০ প্ৰবন্ধ
-
বিষ্ণুপুৰ জিলা
বিষ্ণুপুৰ জিলা (Pron:/ˌbɪʃnʊˈpʊə/) উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ এখন জিলা। এই জিলাখনৰ নাম লামাংডং (Lamangdong) নামৰ ঠাইত থকা বিষ্ণু মন্দিৰটোৰ বাবে বিষ্ণুপুৰ হয়।
-
উখৰুল জিলা
উখৰুল (Ukhrul, Pron:/ˈuːkˌɹəl or ˈuːkˌɹʊl/) উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ এখন অন্যতম জিলা। এই জিলাখনৰ মণিপুৰৰ ৰাজধানী ইম্ফলৰ পৰা ৮৪ কিলিমিটাৰ উত্তৰ-পূব দিশত অৱস্থিত।
-
চুড়াচান্দপুৰ জিলা
চুড়াচান্দপুৰ জিলা (Churachandpur, Pron:/'tʃʊraːˌtʃaːnɗpʊr/) উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ এখন জিলা৷ এই জিলাৰ মাটিকালি ৪৭৫০ বৰ্গ কিলোমিটাৰ৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি জিলাখনৰ জনসংখ্যা ২,৭১,২৭৪ জন৷ ভাৰতৰ আটাইতকৈ অনগ্ৰসৰ জিলাসমূহৰ ভিতৰত চুড়াচান্দপুৰ অন্যতম৷
-
তামেংলং জিলা
তামেংলং জিলা (Tamenglong district, Pron:/tæmɛŋˈlɒŋ/) ভাৰতত মণিপুৰ ৰাজ্যৰ এখন অন্যতম জিলা৷এই জিলাৰ সদৰ ঠাই তামেংলং নগৰ৷ জিলাখনৰ মুঠ মাটিকালি হৈছে ৪৩৯১ বৰ্গকিমি৷
-
থৌবাল জিলা
থৌবাল জিলা (Thoubal district, Pron:/ˈθɑʊbɑːl orˈθɑʊbəl/) উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ এখন অন্যতম জিলা। এই জিলাৰ উত্তৰে সেনাপতি জিলা, পূবে উখৰুল আৰু চান্দেল জিলা, দক্ষিণে চুড়াচান্দপুৰ আৰু বিষ্ণুপুৰ জিলা আৰু পশ্চিমে পূব ইম্ফল আৰু পশ্চিম ইম্ফল জিলা অৱস্থিত।
-
চান্দেল জিলা
চান্দেল জিলা (Pron:/ˌtʃænˈdɛl/) উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ এখন অন্যতম জিলা৷ ২০১১ নচৰ লোকপিয়ল অনুসৰি তামেংলং জিলাৰ পিছতেই চান্দেল মণিপুৰৰ আটাইতকৈ জনবসতিপূৰ্ণ জিলা৷
-
পশ্চিম ইম্ফাল জিলা
পশ্চিম ইম্ফাল জিলা (Imphal West district, Pron:/ˈɪmfəl or ɪmˈfɑːl/) উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ এখন জিলা৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি এই জিলাৰ জনসংখ্যা মণিপুৰৰ জিলাসমূহৰ ভিতৰত সৰ্বোচ্চ৷
-
সেনাপতি জিলা
সেনাপতি জিলা (Pron:/ˌseɪnəˈpʌti/) উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ এখন জিলা৷
-
পূব ইম্ফল জিলা
পূব ইম্ফল জিলা (Imphal East district, Pron:/ˈɪmfəl or ɪmˈfɑːl/) উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ এখন জিলা৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি পশ্চিম ইম্ফল জিলাৰ পিছতে এই জিলা মণিপুৰৰ দ্বিতীয় জনবহুল জিলা৷ ১৯৯৭ চনৰ ১৮ জুনত পূব ইম্ফাল জিলা প্ৰতিষ্ঠা হয়৷
-
মণিপুৰৰ জিলাসমূহ
মণিপুৰ উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য। ইয়াৰ ৰাজধানী ইম্ফাল। মণিপুৰক নখন প্ৰশাসনিক জিলাত বিভক্ত কৰা হৈছে।