এইখন তালিকাত উত্তৰ-পূব ভাৰতৰ ৰাজ্য ত্ৰিপুৰাৰ প্ৰাক্তন আৰু বৰ্তমান কাৰ্যৰত মুখ্যমন্ত্ৰীসকলৰ কাৰ্যকালৰ আৰম্ভণি, কাৰ্যকাল সমাপ্তি, দলভিত্তিত তথ্য দিয়া হৈছে।
মুখ্যমন্ত্ৰীসকল
| ৰাজনৈতিক দলসমূহৰ ৰঙৰ সংকেত |
|---|
| বিধানসভা | নং. | নাম | কাৰ্যকাল আৰম্ভ - সমাপ্তি১ | দল | কাৰ্যকাল | ||
|---|---|---|---|---|---|---|---|
| ১, ২ | ১ | সচীন্দ্ৰ লাল সিং <small>আগৰতলা সদৰ ২ সমষ্টিৰ বিধায়ক | ১ জুলাই ১৯৬৩ | ১ নৱেম্বৰ ১৯৭১ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৩০৪৬ দিন | |
| – | খালি (ৰাষ্ট্ৰপতিৰ শাসন) | ১ নৱেম্বৰ ১৯৭১ | ২০ মাৰ্চ ১৯৭২ | প্ৰযোজ্য নহয় | |||
| ৩ | ২ | সুখময় সেন গুপ্ত <small>আগৰতলা চহৰ ৩ সমষ্টিৰ বিধায়ক | ২০ মাৰ্চ ১৯৭২ | ৩১ মাৰ্চ ১৯৭৭ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ১৮৩৮ দিন | |
| ৩ | ৩ | প্ৰফুল্ল কুমাৰ দাস <small>বামুটিয়া সমষ্টিৰ বিধায়ক | ১ এপ্ৰিল ১৯৭৭ | ২৫ জুলাই ১৯৭৭ | কংগ্ৰেছ ফৰ ডেম'ক্ৰেচী | ১১৬ দিন | |
| ৩ | ৪ | ৰাধিকা ৰঞ্জন গুপ্ত <small>ফটিকৰয় সমষ্টিৰ বিধায়ক | ২৬ জুলাই ১৯৭৭ | ৪ নৱেম্বৰ ১৯৭৭ | জনতা পাৰ্টী | ১০২ দিন | |
| – | খালি (ৰাষ্ট্ৰপতিৰ শাসন) | ৫ নৱেম্বৰ ১৯৭৭ | ৫ জানুৱাৰী ১৯৭৮ | প্ৰযোজ্য নহয় | |||
| ৪, ৫ | ৫ | নৃপেন চক্ৰৱৰ্তী <small>প্ৰমোদনগৰ সমষ্টিৰ বিধায়ক | ৫ জানুৱাৰী ১৯৭৮ | ৫ ফেব্ৰুৱাৰী ১৯৮৮ | ভাৰতীয় কমিউনিষ্ট পাৰ্টী (মাৰ্ক্সবাদী) | ৩৬৮৪ দিন | |
| ৬ | ৬ | সুধীৰ ৰঞ্জন মজুমদাৰ <small>বৰদোৱালী নগৰ সমষ্টিৰ বিধায়ক | ৫ ফেব্ৰুৱাৰী ১৯৮৮ | ১৯ ফেব্ৰুৱাৰী ১৯৯২ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ১৪৭৬ দিন | |
| ৬ | ৭ | সমীৰ ৰঞ্জন বৰ্মন <small>বিশালগড় সমষ্টিৰ বিধায়ক | ১৯ ফেব্ৰুৱাৰী ১৯৯২ | ১০ মাৰ্চ ১৯৯৩ | ৩৮৬ দিন | ||
| – | খালি (ৰাষ্ট্ৰপতিৰ শাসন) | ১১ মাৰ্চ ১৯৯৩ | ১০ এপ্ৰিল ১৯৯৩ | প্ৰযোজ্য নহয় | |||
| ৭ | ৮ | দশৰথ দেৱ <small>ৰামচন্দ্ৰঘাট সমষ্টিৰ বিধায়ক | ১০ এপ্ৰিল ১৯৯৩ | ১১ মাৰ্চ ১৯৯৮ | ভাৰতীয় কমিউনিষ্ট পাৰ্টী (মাৰ্ক্সবাদী) | ১৭৯৬ দিন | |
| ৮, ৯, ১০, ১১ | ৯ | মাণিক চৰকাৰ ধনপুৰ সমষ্টিৰ বিধায়ক | ১১ মাৰ্চ ১৯৯৮ | ৯ মাৰ্চ ২০১৮২ | দিন | |||||
| ১২ | ১০ | বিপ্লৱ কুমাৰ দেৱ বনমালিপুৰ সমষ্টিৰ বিধায়ক | ৯ মাৰ্চ ২০১৮ | ১৪ মে ২০২২ | ভাৰতীয় জনতা পাৰ্টী | width="4px" style="background-color: " | |দিন | |||||
| ১২ | ১১ | মাণিক সাহা <small> | ১৫ মে ২০২২ | বৰ্তমানলৈকে | ভাৰতীয় জনতা পাৰ্টী |
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Former Chief Ministers of Tripura. Government of Tripura. Retrieved on 21 August 2013
- ↑ Karmakar, Rahul. (2018-03-04). Manik Sarkar resigns in Tripura, BJP to take over on March 8. The Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৪৯১৩৫৪ (১৩ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।