জাপানী অভিনেত্ৰী
১৬ প্ৰবন্ধ
-
তেৎছুকো কুৰ'য়ানাগি
তেৎছুকো কুৰ'য়ানাগি (Tetsuko Kuroyanagi) হৈছে এগৰাকী জাপানী অভিনেত্ৰী, ভয়ছ অভিনেত্ৰী, লেখিকা আৰু টাৰেণ্টো (tarento, জাপানী চেলিব্ৰিটি)৷ ইয়াৰ উপৰিও তেখেত "প্ৰকৃতিৰ বিশ্বজনীন পুঁজি"ৰ উপদেষ্টা, আৰু ইউনিচেফৰ গুডৱিল এম্বেচাদৰ৷ সমাজহিতকৰ কৰ্মৰ বাবে তেখেত জনাজাত৷ আন্তৰ্জাতিক পৰ্যায়ত খ্যাতি অৰ্জন কৰা…
-
আন্না চুদা
আন্না চুদা (ইংৰাজী: Anna Suda, জন্ম: ১২ অক্টোবৰ ১৯৯৭, চুদা আন্না বা চুদান্না নামেৰেও জনা যায়) এগৰাকী জাপানী নৃত্যশিল্পী, অভিনেত্ৰী আৰু ফেশ্বন ডিজাইনাৰ। তেওঁ আগতে জে-পপ গ্ৰুপ গাৰ্লছ, হেপিনেছ আৰু চুদামা-য়ূজু-য়ূল্লীৰ সদস্য আছিল।
-
আয়া উৱেটো
আয়া উৱেটো (Aya Ueto; জন্ম: ১৪ ছেপ্টেম্বৰ ১৯৮৫) এগৰাকী জাপানী অভিনেত্ৰী, গায়িকা আৰু টেলিভিছন ব্যক্তিত্ব। ১৯৯৭ চনত উৱেটোৱে সপ্তম জাপান বিছোজো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিশেষ জুৰী বঁটা লাভ কৰিছিল।
-
ইউকো আৰাকী
ইউকো আৰাকী (Yuko Araki; জন্ম: ১৫ ডিচেম্বৰ ১৯৯৩) এগৰাকী জাপানী অভিনেত্ৰী আৰু ফেশ্বন মডেল। তেওঁৰ আটাইতকৈ উল্লেখযোগ্য কৰ্মসমূহৰ ভিতৰত আছে চলচ্চিত্ৰ আৱাৰ মিল ফৰ টুমৰ (২০১৭), দ্যাট গাৰ্লছ কেপ্টিভছ অৱ লাভ (২০১৮), ছি হিয়েৰ লাভ (২০২৩), ৱান্স আপন এ ক্ৰাইম (২০২৩) আৰু কিংডম ৪: ৰিটাৰ্ণ অৱ দ্য গ্ৰেট জেনেৰেল…
-
ইকুমি য়োছিমাটছু
ইকুমি য়োছিমাটছু (吉松 育美; জন্ম: ২১ জুন, ১৯৮৭) এগৰাকী জাপানী অভিনেত্ৰী, শিল্পী, লেখিকা, বক্তা, সমাজকৰ্মী আৰু সৌন্দৰ্য প্ৰতিযোগী। তেওঁ অকিনাৱাত অনুষ্ঠিত মিছ ইণ্টাৰনেচনেল ২০১২ প্ৰতিযোগিতাত বিজয়ী হয়। ই প্ৰতিযোগিতাৰ ৫২বছৰীয়া ইতিহাসত জাপানৰ প্ৰথম মিছ ইণ্টাৰনেচনেল বিজয়।
-
কাচুমি আৰিমুৰা
কাচুমি আৰিমুৰা (ইংৰাজী: Kasumi Arimura; জন্ম: ১৩ ফেব্ৰুৱাৰী, ১৯৯৩) এগৰাকী জাপানী অভিনেত্ৰী। তেওঁৰ টেলিভিছন কেৰিয়াৰৰ উল্লেখযোগ্য চৰিত্ৰসমূহৰ ভিতৰত আছে ২০১৩ চনৰ এনএইচকেৰ আছাদোৰা ধাৰাবাহিক আমাচানৰ কিশোৰী হাৰুকো আমানো আৰু ২০১৭ চনৰ আছাদোৰা ধাৰাবাহিক হিয়োক্কোৰ মুখ্য চৰিত্ৰ।
-
কেইকো কিটাগাৱা
কেইকো কিটাগাৱা (北川 景子; জন্ম: ২২ আগষ্ট ১৯৮৬) এগৰাকী জাপানী অভিনেত্ৰী। তেওঁ ২০০৩ চনৰ শেষৰ ফালৰ পৰা ২০০৬ চনৰ মাজভাগলৈ জাপানী ছেভেনটিন আলোচনীৰ এগৰাকী একচেটিয়া মডেল আছিল আৰু আলোচনীখন এৰাৰ পিছত মডেলিং ত্যাগ কৰিছিল।
-
ক্যোকো ফুকাডা
ক্যোকো ফুকাডা (Kyoko Fukada; জন্ম: ২ নৱেম্বৰ ১৯৮২) এগৰাকী জাপানী অভিনেত্ৰী আৰু গায়িকা। তেওঁ হৰিপ্ৰ’ নামৰ সংস্থাটোৰ এগৰাকী শিল্পী। তেওঁ কামিকাজে গাৰ্লছ ছবিৰ বাবে য়োকোহামা চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছিল।
-
চাতোমি ইছিহাৰা
কুনিকো ইছিগামী (Kuniko Ishigami; জন্ম: ২৪ ডিচেম্বৰ ১৯৮৬), যি তেওঁৰ মঞ্চনাম চাতোমি ইছিহাৰা (Satomi Ishihara) হিচাপে অধিক পৰিচিত, এগৰাকী জাপানী অভিনেত্ৰী।
-
চুকাছা আওই
চুকাছা আওই (জাপানী: 葵 つかさ; ইংৰাজী: Tsukasa Aoi; জন্ম: ১৪ আগষ্ট ১৯৯০) এগৰাকী জাপানী প্ৰাক্তন গ্ৰাভিয়াৰ আইডল, অভিনেত্ৰী, টেলিভিছন ব্যক্তিত্ব, পৰ্ণগ্ৰাফিক অভিনেত্ৰী আৰু আইডল গায়িকা। ২০১০ চনত নিজৰ কেৰিয়াৰ আৰম্ভ কৰাৰে পৰা আওই ৭০০তকৈও অধিক প্ৰাপ্তবয়স্ক ছবিত অভিনয় কৰিছে।
-
নাগিছা চাইটো
নাগিছা চাইটো (齊藤なぎさ, Saitō Nagisa; জন্ম ৬ জুলাই, ২০০৩) এগৰাকী জাপানী অভিনেত্ৰী, মডেল আৰু প্ৰাক্তন গায়িকা। তেওঁ ২০১৭ চনৰ পৰা ২০২৩ চনলৈকে মূৰ্তি গোট =লাভৰ সদস্য হিচাপে বিশিষ্টতা লাভ কৰে। ২০২৩ চনত তেওঁ অভিনয় কেৰিয়াৰত মনোনিৱেশ কৰিবলৈ গোটটো এৰি দিয়ে। তেওঁ মহিলাৰ ফেশ্বন আলোচনী LARME-ৰ নিয়মীয়া মডেল।
-
নোজোমি ছাচাকী
নোজোমি ছাচাকী (ইংৰাজী: Nozomi Sasaki; জন্ম: ৮ ফেব্ৰুৱাৰী, ১৯৮৮) — এগৰাকী জাপানী অভিনেত্ৰী, গ্লেমাৰ মডেল, ত্ৰেণ্টো, ইউটিউবাৰ, কণ্ঠশিল্পী আৰু বৃত্তিমূলক ফেশ্বন মডেল। তেওঁৰ ফেশ্বন মডেলিঙৰ কেৰিয়াৰৰ সময়ত তেওঁ কেৱল নোজোমি নামেৰে পৰিচিত আছিল।
-
মাচামি নাগাচাৱা
মাচামি নাগাচাৱা (ইংৰাজী: Masami Nagasawa; জন্ম: ৩ জুন, ১৯৮৭) এগৰাকী জাপানী অভিনেত্ৰী। কিশোৰ অৱস্থাৰপৰাই তেওঁৰ চলচ্চিত্ৰ কেৰিয়াৰ অতি সমৃদ্ধ আৰু তেওঁ বিভিন্ন ব্লকবাষ্টাৰ ছবিত অভিনয় কৰিছে। তেওঁ পাঁচটা জাপান একাডেমী ফিল্ম প্ৰাইজ আৰু চাৰিটা ব্লু ৰিবন বঁটাৰে সন্মানিত হৈছে।
-
মিনামি হামাবে
মিনামি হামাবে (জাপানী: 浜辺 美波; জন্ম ২৯ আগষ্ট, ২০০০) এগৰাকী জাপানী অভিনেত্ৰী। কিশোৰ অৱস্থাৰপৰা বিভিন্ন ব্লকবাষ্টাৰ আৰু জনপ্ৰিয় টেলিভিছন শ্ব'ত অভিনয় কৰি, তেওঁ জাপানৰ আধুনিক বিনোদন জগতৰ এগৰাকী প্ৰমুখ্য ব্যক্তিত্বৰূপে পৰিচিত।
-
হাৰুকা আয়াসি
আয়া টাডামাৰু (ইংৰাজী: Aya Tademaru; জন্ম: ২৪ মাৰ্চ, ১৯৮৫) তেওঁৰ মঞ্চ নাম হাৰুকা আয়াসি নামেৰেহে অধিক পৰিচিত। তেওঁ এগৰাকী জাপানী অভিনেত্ৰী যিয়ে ২০০০ চনত এগৰাকী মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। তেতিয়াৰপৰাই তেওঁ টেলিভিছন আৰু চলচ্চিত্ৰ জগতৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰী হিচাপে পৰিগণিত হৈছে।
-
হাৰুনা কাৱাগুচি
হাৰুনা কাৱাগুচি (Haruna Kawaguchi; জন্ম: ১০ ফেব্ৰুৱাৰী ১৯৯৫) কেন-অন এজেঞ্চীৰ অধীনস্থ এগৰাকী জাপানী অভিনেত্ৰী আৰু মডেল। তেওঁ বিশেষকৈ ঔৰান হাইস্কুল হোষ্ট ক্লাব (২০১২), পিঅ'ভি: নৰোৱাৰেটা ফিল্ম (২০১২), জেক্কো গাক্কিউ (২০১৩), ছেই "আই লাভ ইউ" (২০১৪) আৰু ৱান উইক ফ্ৰেণ্ডছ (২০১৭) ছবিত মুখ্য চৰিত্ৰত অভিনয়…