অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

এম্ফিথ′য়ে

এম্ফিথ′য়ে (প্ৰাচীন গ্ৰীক: Ἀμφιθόη, ইংৰাজী: Amphithoe; আক্ষৰিক অৰ্থ: 'যিগৰাকী দ্ৰুতগতিত ঘূৰি ফুৰে' বা 'চিঞৰ-বাখৰ কৰা') গ্ৰীক শ্ৰুতিকথা অনুসৰি সাগৰীয় সোঁতৰ নেৰেইড৷ তেওঁ আৰু এম্ফিট্ৰাইট হয়তো একেগৰাকীয়ে।

হালনাগাদ: ২৩ মাৰ্চ ২০২৫ ৪৭ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

এম্ফিথ′য়ে (প্ৰাচীন গ্ৰীক: Ἀμφιθόη, ইংৰাজী: Amphithoe; আক্ষৰিক অৰ্থ: 'যিগৰাকী দ্ৰুতগতিত ঘূৰি ফুৰে' বা 'চিঞৰ-বাখৰ কৰা')১ গ্ৰীক শ্ৰুতিকথা অনুসৰি সাগৰীয় সোঁতৰ নেৰেইড৷ তেওঁ আৰু এম্ফিট্ৰাইট হয়তো একেগৰাকীয়ে।২

কিংবদন্তি

এম্ফিথ′য়ে গ্ৰীক শ্ৰুতিকথাৰ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।৩৪১ হোমাৰৰ ইলিয়াডত বৰ্ণনা কৰা অনুসৰি একিলিছে মৃত পেট্ৰ'ক্লাছৰ বাবে কৰা দুখৰ সমভাগি হোৱা মাতৃ থেটিছক সংগ দিবলৈ সাগৰৰ গভীৰতাৰ পৰা ওলাই আহি ট্ৰয়ৰ উপকূলত সমবেত হোৱা ৩৩ গৰাকী নেৰেইডছৰ ভিতৰত এম্ফিথ′য়েও আছিল।৫

তথ্যসূত্ৰ

  1. ↑ Bane, Theresa. (2013). Encyclopedia of Fairies in World Folklore and Mythology. McFarland, Incorporated, Publishers. পৃ. 11, 12. ISBN 978-0-7864-7111-9
  2. ↑ These two accounts, Hesiod, থিঅ'গনি 244 & 254 and Apollodorus, 1.2.7, did not mention any account regarding Amphithoe
  3. ↑ হোমাৰ, ইলিয়াড 18.40; Hesiod, থিঅ'গনি 249; Apollodorus, 1.2.7; Hyginus, Fabulae Preface
  4. ↑ হোমাৰ, ইলিয়াড 18.41; Apollodorus, 1.2.7; Hesiod, থিঅ'গনি 240
  5. ↑ Homer, Iliad 18.39

সম্পৰ্কিত শ্ৰেণী

গ্ৰীক কিংবদন্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এম্ফিথ′য়ে” প্ৰবন্ধৰ সংশোধন ৪৯৬০৪৭ (২৩ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।