উপন্যাস
৫৩ প্ৰবন্ধ
-
ডেভিদ কপাৰফিল্ড
ডেভিড কপাৰফিল্ড (David Copperfield) হৈছে ইংৰাজ লেখক চাৰ্লছ ডিকেন্সৰ এখন ইংৰাজী ভাষাৰ উপন্যাস। ডেভিড কপাৰফিল্ড নামৰ নামৰ উপন্যাসখনত তেওঁৰ শৈশৱৰপৰা প্ৰাপ্তবয়স্কলৈকে হোৱা যাত্ৰাৰ দুঃসাহসিক অভিযানৰ বিশদ বিৱৰণ দিয়া হৈছে। সেইবাবেই ইয়াক সাধাৰণতে বিলডাংছৰোমান ধাৰাত শ্ৰেণীভুক্ত কৰা হয়।
-
দেৱী চৌধুৰানী (উপন্যাস)
দেৱী চৌধুৰানী (Devi Chaudhurani) বংকিমচন্দ্ৰ চেটাৰ্জী দ্বাৰা ৰচিত আৰু প্ৰকাশিত এখন বঙালী উপন্যাস। এই কিতাপখন পিছত সুবোধচন্দ্ৰ মিত্ৰই ইংৰাজীলৈ অনুবাদ কৰে।
-
দ্য ইনহেৰিটেন্স অৱ লছ (উপন্যাস)
দ্য ইনহেৰিটেন্স অৱ লছ (The Inheritance of Loss) হৈছে ২০০৬ চনত ভাৰতীয় লেখিকা কিৰণ দেশাইৰ উপন্যাস। এই উপন্যাসখনে কেইবাটাও বঁটা লাভ কৰিছে, সেই বছৰতে লাভ কৰিছে বুকাৰ বঁটা, ২০০৭ চনৰ ৰাষ্ট্ৰীয় কিতাপ সমালোচক চক্ৰ কল্পকাহিনী বঁটা, আৰু ২০০৬ চনৰ ভোডাফোন ক্ৰছৱৰ্ড বুক বঁটা।
-
দ্য গুড আৰ্থ
দ্য গুড আৰ্থ ১৯৩১ চনত প্ৰকাশিত পাৰ্ল এচ বাকৰ এখন ঐতিহাসিক উপন্যাস "দ্য গুড আৰ্থ্"ত ২০ শতিকাৰ আৰম্ভণিতে চীনৰ আনহৱেই গাঁৱৰ পাৰিবাৰিক জীৱনক চিত্ৰিত কৰা হৈছে। ছন্স (১৯৩২) আৰু এ হাউচ ডিভাইডেড (১৯৩৫)ৰদ্বাৰা অব্যাহত থকা তেওঁৰ হাউচ অৱ আৰ্থ ট্ৰাইলজীৰ প্ৰথমখন গ্ৰন্থ।
-
দ্য চিক্ৰেট গাৰ্ডেন
দ্য চিক্ৰেট গাৰ্ডেন (The Secret Garden) হ'ল ফ্ৰান্সেছ হডছন বাৰ্নেট ৰচিত এখন শিশু উপন্যাস। ১৯১০ চনৰ শৰৎ কালৰ পৰা ইয়াৰ খণ্ড খণ্ডকৈ প্ৰকাশ আৰম্ভ হয় আৰু ১৯১১ চনত ই সম্পূৰ্ণৰূপে প্ৰকাশ হৈ ওলায়।
-
দ্য ফৰ্টি ৰুলছ্ অৱ লাভ
দ্য ফৰ্টি ৰুলছ অৱ লাভ, হৈছে তুৰ্কী লেখিকা এলিফ শ্বাফাকে লিখা এখন উপন্যাস৷ লিংগ আৰু মহিলা অধ্যয়নত লাভ কৰা ডিগ্ৰীটোৱে তেওঁক এই গ্ৰন্থখন লিখিবলৈ প্ৰভাৱান্বিত কৰিছিল।. ২০০৯ চনৰ মাৰ্চ মাহত এই গ্ৰন্থখন প্ৰকাশ পাইছিল।
-
দ্য ল'নেলিনেছ অৱ ছোনিয়া এণ্ড ছানী
দ্য ল'নেলিনেছ অৱ ছোনিয়া এণ্ড ছানী হৈছে ২০২৫ চনত প্ৰকাশ পোৱা কিৰণ দেশাইৰ এখন উপন্যাস। ইয়াৰ কাহিনীভাগ মূলতঃ ১৯৯৬ চনৰপৰা ২০০২ চনৰ ভিতৰত। উপন্যাসখনত আমেৰিকাত বাস কৰা ভাৰতীয় প্ৰবাসী দুয়োজনেই ছোনিয়া আৰু ছানিৰ কাহিনী কোৱা হৈছে। ভাৰতত ৰেলত আকস্মিকভাৱে লগ হয়।
-
নিৰ্মলা (উপন্যাস)
নিৰ্মলা'(হিন্দী: निर्मला) হিন্দী ঔপন্যাসিক মুন্সী প্ৰেমচন্দৰ দ্বাৰা ৰচিত এখন হিন্দী উপন্যাস। এই আৱেগিক উপন্যাসখনৰ মূল চৰিত্ৰ নিৰ্মলা নামৰ কিশোৰীজনীক বলপূৰ্বকভাৱে বিয়া পাতি দিয়ে পত্নীৰ মৃত্যু হোৱা তথা পিতৃৰ বয়সৰ এজন ব্যক্তিৰ লগত।
-
পিঞ্জৰ (উপন্যাস)
পিঞ্জৰ (Pinjar; পাঞ্জাবী: ਪਿੰਜਰ; ইংৰাজী/অনুবাদ: The Skeleton) ১৯৫০ চনত ভাৰতীয় বিশিষ্ট কবি আৰু ঔপন্যাসিক অমৃতা প্ৰীতমৰ দ্বাৰা ৰচিত এখন পাঞ্জাৱী ভাষাৰ উপন্যাস।২০০৯ চনত পিঞ্জৰ উপন্যাসখন খুশৱন্ত সিঙে ইংৰাজী ভাষালৈ অনুবাদ কৰে।২০০৯ চনত খুশৱন্ত সিঙে পিঞ্জৰ ইংৰাজীলৈ অনুবাদ কৰিছিল।
-
পৰিচয় (গ্ৰন্থ)
পৰিচয় (ইংৰাজী: Parichay) হৈছে অসমৰ সাহিত্যিক দণ্ডিনাথ কলিতাৰ দ্বাৰা লিখিত এখন সামাজিক উপন্যাস৷ উপন্যাসখন পোনপ্ৰথমবাৰৰ বাবে ১৯৫০ চনত প্ৰকাশিত হৈছিল৷
-
ফ্লেছ (উপন্যাস)
ফ্লেছ ( Flesh) হৈছে ২০২৫ চনত প্ৰকাশিত ডেভিদ শ্বালেৰ ষষ্ঠখন উপন্যাস। ইয়াত ইষ্টভান নামৰ হাংগেৰীৰ এজন যুৱকৰ দৰিদ্ৰতাৰপৰা ধন-সম্পত্তিলৈ উত্থানৰ কাহিনী লিখা হৈছে। তেওঁ আৱেগিক জীৱন-শৈলী কটায়, চিন্তা নকৰাকৈয়ে ৰাছ সিদ্ধান্ত লয়।
-
বিশ্বাসঘাটক
বিশ্বাসঘাটক হৈছে ১৯৭৪ চনত নাৰায়ণ সান্যালে লিখা এখন বাংলা উপন্যাস। উপন্যাসখন ম্যানহাটান প্ৰকল্পৰ অধীনত পাৰমাণৱিক বোমা সম্পৰ্কীয় ঘটনাৰ ওপৰত আধাৰিত কৰি লিখা হৈছে।
-
মৃত্যু গচকি আনা জয়জিনি
মৃত্যু গচকি আনা জয়জিনি সাহিত্যিক বীৰেন বৰকটকী ৰচিত এখন জীৱনীভিত্তিক উপন্যাস। উপন্যাসখন কনকলতা বৰুৱাৰ জীৱনৰ আধাৰত ৰচিত। ভাৰতৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰি ১৬ বছৰ বয়সতে দেশৰ হকে ছহীদ হোৱা কনকলতা বৰুৱা গহপুৰৰ নিবাসী আছিল।
-
লজ্জা (উপন্যাস)
লজ্জা (Lajja) বাংলাদেশী ঔপন্যাসিক তথা নাৰীবাদী লেখিকা তছলিমা নাছৰিনৰ দ্বাৰা ৰচিত এখন উপন্যাস। উপন্যাসখন একাধিক ভাষালৈ অনূদিত কৰা হৈছে। ১৯৯৩ চনত প্ৰথম প্ৰকাশিত এই গ্ৰন্থখন বাংলাদেশত নিষিদ্ধ কৰা হৈছিল।
-
লাইফ ইচ হোৱাট ইউ মেক ইট
লাইফ ইচ হোৱাট ইউ মেক ইট প্ৰীতি শ্বিনয়ৰ এখন উপন্যাস। হিন্দুস্তান টাইমছত প্ৰকাশিত নীলছনৰ তালিকা অনুসৰি কিতাপখন "২০১১ চনৰ শীৰ্ষ কিতাপ"ৰ তালিকাত আছিল। দ্য টাইম্ছ অৱ ইণ্ডিয়াৰ মতে ই ২০১১ চনৰ বেষ্ট চেলাৰ আছিল। এইখন উপন্যাসত প্ৰকাশিত হৈছে নব্বৈৰ দশকৰ ভাৰতত পৰিৱেশিত এক আচৰিত প্ৰেম কাহিনী।
-
লাভ ফৰ্মছ (উপন্যাস)
লাভ ফৰ্মছ ( Love Forms) হৈছে ২০২৫ চনত লিখা লেখিকা ক্লেয়াৰ এডামৰ উপন্যাস। যʼত বৰ্তমানৰ লণ্ডনত বাস কৰা ট্ৰিনিদাদ আৰু ট’বাগোৰ পৰা অহা অনুপ্ৰৱেশকাৰী ডনৰ কাহিনী বৰ্ণনা কৰা হৈছে আৰু ১৯৮০ চনত দত্তক লোৱাৰ বাবে এৰি দিবলগীয়া হোৱা হেৰুৱা কন্যাক বিচাৰি উলিয়াবলৈ চেষ্টা কৰা হৈছে।
-
লেডিজ ক্যুপে
লেডিজ ক্যুপে (Ladies Coupé) ২০০১ চনত প্ৰকাশিত অনিতা নাইৰৰ এখন উপন্যাস। উপন্যাসখনে স্বাধীনতাৰ সন্ধানত কন্যাকুমাৰীলৈ যোৱাৰ সময়ত অখিলা নামৰ এগৰাকী আদবয়সীয়া ভাৰতীয় মহিলাৰ যাত্ৰা অনুসৰণ কৰে আৰু ৰেলৰ লেডিজ ক্যুপেত উঠি ৬৯ গৰাকী ভিন্ন মাতৃৰ সৈতে কাহিনী বিনিময় কৰে যিয়ে তেওঁক নিজৰ জীৱন যাপন কৰিবলৈ…
-
শেষেৰ কবিতা (উপন্যাস)
শেষেৰ কবিতা (Shesher Kabita) ৰবীন্দ্ৰনাথ ঠাকুৰৰ এখন উপন্যাস। এইখন ৰবীন্দ্ৰনাথৰ চিত্ৰ সৃষ্টি পৰ্যায়ৰ দ্বিতীয়খন উপন্যাস (প্ৰথমখন যোগাযোগ)। ১৯২৭ চনৰ পৰা (১৩৩৪ বঙ্গাব্দৰ ভাদ্ৰ) ১৯২৮ চন(১৩৩৪ বঙ্গাব্দৰ চ'ত)লৈকে এই উপন্যাসখন প্ৰবাসীত ধাৰাবাহিকভাৱে প্ৰকাশ হৈছিল।
-
সূৰ্য্যৰ সপ্তম ঘোঁৰা
সূৰ্য্যৰ সপ্তম ঘোঁৰা (The Sun's Seventh Horse; হিন্দী: सूरज का सातवाँ घोड़ा) ১৯৫২ চনত আধুনিক হিন্দী সাহিত্যৰ অন্যতম পথ প্ৰদৰ্শক ধৰ্মবীৰ ভাৰতীৰ এখন হিন্দী মেটা কল্পকাহিনী উপন্যাস। উপন্যাসখনত যমুনা, সতী, লিলি নামৰ তিনিগৰাকী নাৰী সম্পৰ্কে তিনিটা সম্পৰ্কীয় আখ্যান উপস্থাপন কৰা হৈছে।
-
হাজাৰ চুৰাশিৰ মা (উপন্যাস)
হাজাৰ চুৰাশিৰ মা (Hajar Churashir Maa) হ'ল ৰমন মেগছেছে বঁটা বিজয়ী লেখিকা মহাশ্বেতা দেৱীৰ দ্বাৰা ৰচিত এখন বাংলা উপন্যাস। এই উপন্যাসখন ১৯৭৪ চনত প্ৰকাশ পাইছিল। এই উপন্যাসখন ১৯৭০ চনত ভাৰতৰ পশ্চিম বংগ ৰাজ্যৰ নক্সালবাদী আন্দোলনৰ প্ৰেক্ষাপটত ৰচনা কৰা হৈছিল।
-
হেইডি
হেইডি (Heidi) দুটা খণ্ডত প্ৰকাশিত এক ছুইজাৰলেণ্ড দেশীয় কল্প কাহিনী, প্ৰথম খণ্ড-হেইডিৰ শিক্ষণ আৰু ভ্ৰমণৰ কালছোৱা (Heidi's years of learning and travel, Heidis Lehr- und Wanderjahre) আৰু দ্বিতীয় খণ্ড-হেইডিয়ে যি শিকিলে তাক ব্যৱহাৰ কৰিলে (Heidi makes use of what she has learned, Heidi kann brauchen,…
-
ৰাণী পেটেল ইন ফুল এ'ফেক্ট
ৰাণী পেটেল ইন ফুল এ'ফেক্ট (Rani Patel in Full Effect) হৈছে ২০১৬ চনৰ ১১ অক্টোবৰত চিনকো পুণ্টছ প্ৰেছৰ দ্বাৰা প্ৰকাশিত ছোনিয়া পেটেলৰ এখন যুৱ প্ৰাপ্তবয়স্ক, ঐতিহাসিক কল্পকাহিনী উপন্যাস।
-
ৱান হাণ্ড্ৰেড ইয়েৰ্ছ অৱ চলিটিউড
ৱান হাণ্ড্ৰেড ইয়েৰ্ছ অৱ চলিটিউড (স্পেনিছ: Cien años de soledad, অসমীয়া অৰ্থ: নিঃসংগতাৰ এশ বছৰ) হৈছে কলম্বিয়াৰ লেখক গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কেজৰ ১৯৬৭ চনৰ এখন উপন্যাস।