অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

বিশ্বাসঘাটক

বিশ্বাসঘাটক হৈছে ১৯৭৪ চনত নাৰায়ণ সান্যালে লিখা এখন বাংলা উপন্যাস। উপন্যাসখন ম্যানহাটান প্ৰকল্পৰ অধীনত পাৰমাণৱিক বোমা সম্পৰ্কীয় ঘটনাৰ ওপৰত আধাৰিত কৰি লিখা হৈছে।

হালনাগাদ: ৩১ ডিচেম্বৰ ২০২৪ ৭৩ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

বিশ্বাসঘাটক হৈছে ১৯৭৪ চনত নাৰায়ণ সান্যালে লিখা এখন বাংলা উপন্যাস। উপন্যাসখন ম্যানহাটান প্ৰকল্পৰ অধীনত পাৰমাণৱিক বোমা সম্পৰ্কীয় ঘটনাৰ ওপৰত আধাৰিত কৰি লিখা হৈছে।১২

সাৰাংশ

বঙালী শব্দ বিশ্বাসঘাটকৰ আক্ষৰিক অৰ্থ হৈছে কাৰোবাৰ বিশ্বাস ভংগ কৰা।দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তিৰ পিছত ক্লাউছ ফুচ নামৰ এজন আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিজ্ঞানীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰৰ সদায় সতৰ্ক দৃষ্টি প্ৰতিহত কৰি নিজৰ প্ৰচেষ্টাত ইউএছএছআৰক(USSR)ক গোপনীয় তথ্য যোগান ধৰিছিল। মানৱজাতিৰ ইতিহাসত এইটো অৰ্থনৈতিক মূল্যাঙ্কনৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ দেশদ্ৰোহী বুলি ধাৰণা কৰা হয়।৩

বাহ্যিক সংযোগ

  • Biswasghatak in archive.org

তথ্যসূত্ৰ

  1. ↑ Sanyal Narayan, 1974, 'Biswasghatak (Traitor)', Dey's Publishing, Calcutta 73
  2. ↑ Biswasghatak Narayan Sanyal
  3. ↑ Biswasghatak cover page

সম্পৰ্কিত শ্ৰেণী

উপন্যাসবঙালী উপন্যাস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্বাসঘাটক” প্ৰবন্ধৰ সংশোধন ৪৬০৫৫৬ (৩১ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।