দ্য ফৰ্টি ৰুলছ অৱ লাভ,১২৩ হৈছে তুৰ্কী লেখিকা এলিফ শ্বাফাকে লিখা এখন উপন্যাস৷ লিংগ আৰু মহিলা অধ্যয়নত লাভ কৰা ডিগ্ৰীটোৱে তেওঁক এই গ্ৰন্থখন লিখিবলৈ প্ৰভাৱান্বিত কৰিছিল।.৪ ২০০৯ চনৰ মাৰ্চ মাহত এই গ্ৰন্থখন প্ৰকাশ পাইছিল।৫ ইয়াত ৰুমী নামেৰে পৰিচিত মৌলানা জালাল-উদ-দিন আৰু তেওঁৰ সংগী ছামছ তাব্ৰিজীৰ বিষয়ে লিখা হৈছে।৬৭এই গ্ৰন্থখনত শ্বামছে কেনেকৈ প্ৰেমৰ জৰিয়তে এজন পণ্ডিতক চুফী (ৰহস্যবাদী)লৈ ৰূপান্তৰিত কৰিছিল সেই বিষয়ে ব্যাখ্যা কৰা হৈছে।৮ এই কিতাপখনৰ ৭ লাখ ৫০ হাজাৰতকৈ অধিক কপি তুৰস্ক আৰু ফ্ৰান্সত বিক্ৰী হৈছিল।৯
তথ্যসূত্ৰ
- ↑ “Our Compass”, “International Herald Tribune”, November 27, 2013
- ↑ "Looking for God: Following the Path of Love","alif.id", October 13, 2019
- ↑ "Books of the week: From Stephen King's The Institute to Margaret Atwood's The Testaments, our picks","www.firstpost.com", September 16, 2019
- ↑ Safak, Elif; Chancy, Myriam J. A. (2003). Migrations: A Meridians Interview with Elif Shafak. Meridians: Feminism, Race, Transnationalism. পৃ. 55–85
- ↑ “Analysis: The Forty Rules of Love”, “Analysis of Love”, 2010
- ↑ “The Forty Rules of Love – review”, “The Guardian”, December 5, 2014
- ↑ Rashid, Yamna."The Forty Rules of Love taught me What i know now, it's been my motivation, inspiration and has helped me become a better person and it holds a speshal place in my heart", "SHIFA KHAN (FUTURE BEST TIMESSELLER", June 1, 2017
- ↑ Kazim, Maisam. “Overview of Forty Rules of Love”, “Pamir Times”, March 3, 2018
- ↑ “Forty Rules Of Love by ELIF SHAFAK”, “lagazetteverdun”, November 29, 2016
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দ্য ফৰ্টি ৰুলছ্ অৱ লাভ” প্ৰবন্ধৰ সংশোধন ৪২৭১৩৫ (২৯ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।