অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৱিলিয়াম এছ. বাৰ’জ

ৱিলিয়াম এছ. বাৰ’জ (William Burroughs; ৫ ফেব্ৰুৱাৰী – ২ আগষ্ট ১৯৯৭) আমেৰিকাৰ বিট আন্দোলনৰ চুটিগল্পকাৰ আৰু ঔপন্যাসিক। তেওঁৰ জন্ম ১৯১৪ চনৰ ৫ ফেব্ৰুৱাৰীত আৰু মৃত্যু ১৯৯৭ চনৰ ২ আগষ্টত।

হালনাগাদ: ১৯ আগষ্ট ২০২৬ ১৬২ শব্দ · ১ মিনিট সংগৃহীত ৪৩
সংশোধনৰ পৰামৰ্শ

ৱিলিয়াম এছ. বাৰ’জ (William Burroughs; ৫ ফেব্ৰুৱাৰী – ২ আগষ্ট ১৯৯৭) আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিট আন্দোলনৰ চুটিগল্পকাৰ আৰু ঔপন্যাসিক। তেওঁৰ জন্ম ১৯১৪ চনৰ ৫ ফেব্ৰুৱাৰীত আৰু মৃত্যু ১৯৯৭ চনৰ ২ আগষ্টত।

সাহিত্যকৃতি

  • জাংকি
  • কুইয়াৰ
  • নেকেড লাঞ্চ
  • দি চফ্ট মেশ্বিন
  • দি টিকেট দেট এক্সপ্লোডেড
  • ডেড ফিংগাৰ্ছ টক
  • নোভা এক্সপ্ৰেছ
  • দি লাষ্ট ৱৰ্ড্ছ অফ ডাচ শাল্টছ
  • দি ৱাইল্ড বয়জ
  • পোৰ্ট অফ চেইণ্ট্ছ
  • ক্ৰটিক অফ দি ৰেড নাইট্ছ
  • দি প্লেচ অফ ডেড ৰোড্ছ
  • দি ৱেষ্টাৰ্ন লেণ্ড্ছ
  • মাই এডুকেশ্বন: এ বুক অফ ড্ৰিম্ছ
  • ৰুল্ছ অফ ডুৱেল

লগতে চাওক

তথ্য সংগ্ৰহ

  • অ্যান চাৰ্লছ: পোৰ্টেবল বিট ৰিডাৰ
  • জন গিলমোৰ: এ মেমোয়ৰ অফ ৰেক্ড লাইভস এণ্ড দি হলিউড ডেথ ট্ৰেপ
  • অলিভাৰ হেৰিছ: উইলিয়াম এচ বাৰোজ এণ্ড দি চিক্ৰেট অফ ফে'চিনেছন
  • বে'ৰী মাইলছ: উইলিয়াম বাৰোজ
  • জেক চাৰ্জেণ্ট: নেকেড লেন্স--বিট সিনেমা
  • ডেভিস চিণ্ডলাৰমান: ৰিটেকিং দি ইউনিভাৰ্ছ--উইলিয়াম এচ বাৰোজ ইন দি এজ অফ গ্লোবালাইজেচন
  • মাইকেল ষ্টিভেন্‌ছ: দি ৰোড টু ইনটাৰজোন--ৰিডিং উইলিয়াম এচ বাৰোজ
  • টেড মৰগ্যান: লিটেৰাৰি আউটল
  • জেমছ্‌ গ্ৰানিয়াৰহল্টস: ৱৰ্ড ভাইৰাছ--দি বাৰোজ ৰিডাৰ

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিআমেৰিকান লেখকসাহিত্য আন্দোলন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱিলিয়াম এছ. বাৰ’জ” প্ৰবন্ধৰ সংশোধন ৬২৯০১৩ (১৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।