ইতিহাসৰ আজিৰ দিনত
২২ জুলাই
জন্ম
- ১৯২৩মুকেশ চন্দ মাথুৰ, হিন্দী চলচ্চিত্ৰ জগতৰ ভাৰতীয় সঙ্গীত শিল্পী।
- ১৯৪৯এলেন মেংকেন, আঠবাৰ অস্কাৰ বঁটা বিজয়ী আমেৰিকান সঙ্গীতজ্ঞ।
- ১৯৬৫শ্ব'ন মাইকেলছ, ডব্লিউ ডব্লিউ ইৰ (ইংঃ WWE)মল্ল যুজাৰু।
- ১৯৭৩ৰাজিন্দৰ সিং ৰহেলু, ভাৰতীয় পেৰালিম্পিক পাৱাৰলিফ্টাৰ।
- ১৯৮৯ৰবীন্দ্ৰ ঘাংগুৰ্দে ধন্দে চমুকৈ সাৱনী ৰবীন্দ্ৰ, এগৰাকী ভাৰতীয় কণ্ঠশিল্পী।
- ১৯৯২চেলেনা গ'মেজ, আমেৰিকান অভিনেত্ৰী আৰু পপ গায়িকা।
- ১৯৯৫আৰমান মালিক, ভাৰতীয় সংগীত শিল্পী।
মৃত্যু
- ১৮০২জাভিয়াৰ বিছা, ফ্ৰান্সৰ জীৱ বিজ্ঞানী।
- ১৯৬৮মুথুলক্ষ্মী ৰেড্ডী, ভাৰতীয় সমাজ সংস্কাৰক, চিকিৎসক, ৰাজনীতিবিদ, মহিলাৰ অধিকাৰ কৰ্মী আৰু লেখিকা।
- ১৯৮০ৰবীন দে, অসমীয়া ঔপন্যাসিক আৰু অভিনেতা।
- ২০০৬হৰি বৰকাকতি, বিশিষ্ট কবি, তেখেতৰ মৃত্যু হয় ৭৯ বছৰ বয়সত।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ