ইতিহাসৰ আজিৰ দিনত
১৮ জুন
ঘটনাৱলী
- ১৫৭৬হলিঘাটতত মোগলৰ বিৰুদ্ধে ৰাজপুতৰ যুদ্ধ হয়। এই যুদ্ধত ৰাজপুত ৰজা ৰাণাপ্ৰতাপ সিংহ পৰাজিত হয়।
- ১৮৫৭বিখ্যাত ‘ৱাটাৰ্লু যুদ্ধ’ত ইংৰাজৰ হাতত নেপোলিয়ন বোনাপাৰ্ট পৰাজিত হৈ বন্দী হয়।
- ১৯৫৬হিন্দু উত্তৰাধিকাৰী আইন গৃহীত হয়।
- ১৯৫৬ভাৰতীয় জীৱন বীমা নিগমক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে স্বীকৃতি প্ৰদান কৰে। ই ভাৰত চৰকাৰৰ অধীনস্থ আৰু ভাৰতীয় জীৱন বীমা নিগমে চৰকাৰৰ খৰচৰ প্ৰায় ২৪.৬% পুঁজিৰ যোগান ধৰে।
- ১৯৮৬গোৱাত পৰ্তুগীজ চৰকাৰৰ বিৰুদ্ধে প্ৰথম সত্যাগ্ৰহ আৰম্ভ হয়।
জন্ম
- ১৮৬১দৈৱকী নন্দন ক্ষত্ৰী, প্ৰথম হিন্দী ৰহস্য আৰু আলৌকিক/ভৌতিক ঔপন্যাসিক।
- ১৯০২লুইছ এলটাৰ, আমেৰিকান সংগীতজ্ঞ।
- ১৯৫১বিউটি শৰ্মা বৰুৱা, ভাৰতীয় সংগীতশিল্পী।
মৃত্যু
- ১৮৫৮ঝাঁঞ্চিৰ ৰাণী লক্ষ্মী বাঈ, চিপাহী বিদ্ৰোহ ১৮৫৭ ৰ বীৰাঙ্গনা। (জ.১৯/১১/১৮২৮)
- ১৯৩৬মাক্সিম গ’ৰ্কী, ৰুছ ঔপন্যাসিক। তেওঁক এলেক্সি মেক্সিমভিচ পেছকভ নামেৰেও জনা যায়।
- ২০০২নাচিম বানু, অভিনেত্ৰী। হিন্দী চলচ্চিত্ৰ জগতত চায়েৰা বানু নামেৰে জনাজাত।
- ২০২১মিলখা সিং, ভাৰতীয় দৌৰবিদ। দ্য ফ্লায়িং শিখ (The Flying Sikh) নামেৰে তেখেত পৰিচিত। ক'ভিড-১৯ বৈশ্বিক মহামাৰীত আক্ৰান্ত হৈ তেখেতৰ মৃত্যু হয়।
- ২০২১উষাৰাণী বৰুৱা, অসমীয়া শিক্ষাবিদ তথা সাহিত্যিক।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ