অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

১৭ জুন

ঘটনাৱলী

  • ১১২৮কাউণ্ট পঞ্চম জিঅ’ফ্ৰেৰ ইংলেণ্ডৰ ৰজা প্ৰথম হেনৰীৰ কন্যা মাটিলডাল সৈতে বিবাহ।
  • ১৯৬৭চীন চৰকাৰৰ দ্বাৰা প্ৰথমটো হাইড্ৰ’জেন বোমাৰ বিস্ফোৰণ কৰা হৈছিল।
  • ১৯৯১ভাৰতৰ প্ৰথম উপ-প্ৰধান মন্ত্ৰী বল্লভভাই পেটেল আৰু ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীলৈ মৰণোত্তৰ ভাৱে ভাৰতৰত্ন প্ৰদানৰ সিদ্ধান্ত ঘোষোণা কৰা হয়।

জন্ম

মৃত্যু

  • ১৬৩১মমতাজ মহল, মোগল সম্ৰাট শাহ জাহানৰ বেগম।
  • ১৬৭৪জিজাবাঈ, মাৰাঠা সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক শিৱাজীৰ মাতৃ।
  • ১৮৬২লৰ্ড কেনিং, ভাৰতৰ প্ৰাক্তন গৱৰ্ণৰ জেনেৰেল।
  • ১৯২৮গোপবন্ধু দাস, ওড়িশাৰ জাতীয়তাবাদী নেতা।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ