ইতিহাসৰ আজিৰ দিনত
১৬ জুন
ঘটনাৱলী
- ১৯৪৪দ্বিতীয় বিশ্বযুদ্ধত মাৰ্কিন বিমান বাহিনীয়ে জাপানৰ দক্ষিণ অঞ্চলৰ ফুকুলা চহৰত আক্ৰমণ কৰে।
- ১৯৬৩বিশ্বৰ প্ৰথমগৰীকী মহিলা মহাকাশচাৰী ‘‘ভেলেণ্টিনা টেৰেচ’কভা’’ই মহাকাশলৈ উৰা মাৰিছিলে।
- ১৯৯১যোৰহাটৰপৰা দৈনিক সংবাদ-পত্ৰ দি-ইষ্টাৰ্ণ ক্লেৰিয়ান প্ৰকাশিত হৈছিল।
- ২০০৭চলমান ৰুশ্বদিক নাইট উপাধি প্ৰধান কৰে ইংলেণ্ডৰ ৰাণীয়ে।
জন্ম
- ১৭২৩এডাম স্মিথ, স্কটিছ দাৰ্শনিক আৰু অৰ্থনীতিবিদ। (মৃঃ ১৭৯০)
- ১৭৩৩জোচেফ প্ৰিষ্টলি, ব্ৰিটেইনৰ বিখ্যাত ৰসায়নবিদ আৰু পদাৰ্থ বিজ্ঞানী, অম্লজান (অম্লজান), পেঞ্চিলৰ দাগ চাফা কৰা ৰবৰ, কাৰ্বনেটেড পানী (চৌদা পানী) আৰু বহুতো ৰাসায়নিক যৌগৰ আৱিষ্কাৰক।
- ১৮৮৮আলেকজেণ্ডাৰ আলেকজেণ্ড্ৰ'ভিচ ফ্ৰিদমেন, বিশ্ব ব্ৰহ্মাণ্ড প্ৰসাৰণ তত্ত্বৰ আৱিষ্কাৰক আৰু প্ৰথম আইনষ্টাইনৰ আপেক্ষিকতাবাদ তত্ত্বৰ ব্যাখ্যা আৰু প্ৰমাণ কৰোতা, ৰুচ গণিতজ্ঞ, বিশ্বতত্ত্ববিদ আৰু পদাৰ্থবিজ্ঞানী। (মৃঃ ১৯২৫)
- ১৮৯০ষ্টেন লৰেল, ইংৰাজ কৌতুক অভিনেতা, চলচ্চিত্ৰ অভিনেতা আৰু পৰিচালক। (মৃঃ ১৯৬৫)
- ১৯৪৩হৰেন্দ্ৰনাথ বৰঠাকুৰ, অসমীয়া শিশু সাহিত্যিক তথা নাট্যকাৰ।
- ১৯৫০মিথুন চক্ৰৱৰ্তী, ভাৰতৰ চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা, ৰাজনৈতিক নেতা, সমাজ সংগঠক আৰু উদ্যোক্তা।
- ১৯৬৫এণ্ড্ৰিয়া এম. ঘেজ, আমেৰিকান জ্যোতিৰ্বিজ্ঞানী।
মৃত্যু
- ১৮৫৯আনন্দৰাম ঢেকিয়াল ফুকন, অসমীয়া সাহিত্যিক।
- ১৯২৫দেশবন্ধু চিত্তৰঞ্জন দাস, ভাৰতৰ স্বাধীনতা সংগ্ৰামী।
- ১৯৪৪প্ৰফুল্ল চন্দ্ৰ ৰায়, ভাৰতীয় ৰসায়নবিদ।
- ২০০০দেৱেশ চক্ৰৱৰ্তী, অসম বিধানসভাৰ অধ্যক্ষ।
- ২০১৬অঞ্জন দত্ত (শিল্পী), অসমীয়া ৰাজনীতিবিদ।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ