অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

অম্লজান

অম্লজান বা অক্সিজেন (Oxygen) এবিধ গোন্ধহীন অদৃশ্য গেছ। পৃথিৱীৰ অধিকাংশ জীৱ জীয়াই থাকিবৰ বাবে ইয়াৰ ওপৰত নিৰ্ভৰশীল। ইয়াৰ পৰমাণু ভৰ ১৫.৯৯ আৰু পৰমাণু সংখ্যা ৮। আয়তন হিচাপত বায়ুমণ্ডলৰ প্ৰায় পাঁচ ভাগৰ এভাগ। ই অতি সক্ৰিয় গেছ, বিভিন্ন অক্সাইডৰ ৰূপত ইয়াক পোৱা যায়।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ১৮৪ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

অম্লজান বা অক্সিজেন (Oxygen) এবিধ গোন্ধহীন অদৃশ্য গেছ। পৃথিৱীৰ অধিকাংশ জীৱ জীয়াই থাকিবৰ বাবে ইয়াৰ ওপৰত নিৰ্ভৰশীল। ইয়াৰ পৰমাণু ভৰ ১৫.৯৯ আৰু পৰমাণু সংখ্যা ৮। আয়তন হিচাপত বায়ুমণ্ডলৰ প্ৰায় পাঁচ ভাগৰ এভাগ। ই অতি সক্ৰিয় গেছ, বিভিন্ন অক্সাইডৰ ৰূপত ইয়াক পোৱা যায়। তৰল পদাৰ্থ বায়ুৰ পৰা আংশিক পাতন প্ৰক্ৰিয়াৰে বিশুদ্ধ অক্সিজেন পাব পাৰি। ইয়াক জ্বালাই কৰা, ধাতুৰ টুকুৰা কটা আদি বিভিন্ন কামত ব্যৱহাৰ কৰা হয়।

তথ্যসূত্ৰ

অধিক পঢ়ক

  • Walker, J. (1980). Handbook of Environmental Chemistry. Volume 1. Part A: The natural environment and the biogeochemical cycles. Springer-Verlag. পৃ. 258. ISBN 0-387-09688-4

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

ৰাসায়নিক মৌল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অম্লজান” প্ৰবন্ধৰ সংশোধন ৬৩২৫০৯ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।