ইতিহাসৰ আজিৰ দিনত
২৬ মে’
ঘটনাৱলী
- ১৮০৫নেপোলিয়ন বোনাপাৰ্ট ফ্ৰান্সৰ সম্ৰাট পদত অভিষিক্ত হয়।
- ১৮৬৫আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৃহযুদ্ধৰ অৱসান।
- ২০১৪ভাৰতীয় জনতা পাৰ্টী দলে কেন্দ্ৰীয় চৰকাৰ গঠন কৰে। নৰেন্দ্ৰ মোদী ১৪তম প্ৰধান মন্ত্ৰী হয়।
- ২০১৭ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোহিত নদীৰ ওপৰত ভূপেন হাজৰিকা সেতু আনুষ্ঠানিকভাৱে মুকলি কৰিছিল।
জন্ম
- ১৬৬৭আব্ৰাহাম দে মইভ্ৰে, ফৰাচী গণিতজ্ঞ, পৰিসংখ্যাৰ 'দে মইভ্ৰেৰ সূত্ৰ'ৰ বাবে বিখ্যাত।
- ১৭৫০উইলিয়াম মৰ্গান, ৱেলচৰ চিকিৎসক, পদাৰ্থ বিজ্ঞানী আৰু গণিতজ্ঞ, বীমা বিজ্ঞানৰ (Actuarial science) পিতৃ পুৰুষ।
- ১৯৪৫বিলাস ৰাও দেশমুখ, অধিবক্তা আৰু ৰাজনীতিবিদ, মহাৰাষ্টৰ ১৭তম মুখ্যমন্ত্ৰী। (মৃত্যু: ২০১২)
- ১৯৫১ভীমকান্ত বৰুৱা, ভাৰতীয় সাহিত্যিক।
- ১৯৬৬হেলেনা ব'নহাম কাৰ্টাৰ, ব্ৰিটিছ অভিনেত্ৰী।
- ১৯৮৩সুশীল কুমাৰ, ভাৰতীয় মল্লযোদ্ধা।
- ১৯৯০উমৰ আকমল, পাকিস্তান ক্ৰিকেট দলৰ খেলুৱৈ।
মৃত্যু
- ১৭০২জেব-উন-নিছা, মোগল ৰাজকুমাৰী। সম্ৰাট ঔৰংগজেৱ আৰু দিলৰস বানু বেগমৰ জ্যেষ্ঠ সন্তান। ( জন্মঃ ১৬৩৮)
- ১৯৭৬মাৰ্টিন হাইডেগাৰ, জাৰ্মান দাৰ্শনিক।
- ২০০৪নিকোলাই চেৰ্নিখ, ৰাছিয়াৰ জ্যোতিৰ্বিজ্ঞানী। (জন্মঃ ১৯৩১)
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ