ইতিহাসৰ আজিৰ দিনত
২৫ মে’
জন্ম
- ১৮৬৫পিটাৰ জেমান, নেদাৰলেণ্ডৰ বিখ্যাত পদাৰ্থবিজ্ঞানী।
- ১৮৯৫অমিয় কুমাৰ দাস, ভাৰতীয় সমাজ সংস্কাৰক, গান্ধীবাদী নেতা, শিক্ষাবিদ, লেখক আৰু অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী।(মৃত্যু: ১৯৭৫ চন)
- ১৯০৬ৰামকিঙ্কৰ বেইজ, ভাৰতৰ পশ্চিমবংগ, বাঁকুড়া জিলাৰ বিখ্যাত ভাস্কৰ।
- ১৯২৭ললিত কুমাৰ দলে, ভাৰতীয় ৰাজনীতিক।
- ১৯৭৪যমুনা কৃষ্ণণ, ভাৰতীয় অজৈৱ ৰসায়নবিজ্ঞানী।
মৃত্যু
- ২০০৫সুনীল দত্ত (বলৰাজ দত্ত), পদ্মশ্ৰী (১৯৬৮), বোলছবি অভিনেতা, প্ৰয়োজক, পৰিচালক আৰু ৰাজনীতিবিদ, প্ৰাক্তন যুৱ কাৰ্যক্ৰম আৰু ক্ৰীয়া মন্ত্ৰী (২০০৪–২০০৫), জনপ্ৰিয় বোলছবি মাদাৰ ইণ্ডিয়া।
- ২০২০বলবীৰ সিং দচাংঝ, ভাৰতীয় ফিল্ড হকী ক্ৰীড়াবিদ। (জন্মঃ ১৯৩২)
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ