ইতিহাসৰ আজিৰ দিনত
৭ এপ্ৰিল
জন্ম
- ১৭৬৮মাহ লাকা বাঈ, ভাৰতীয় কবি।
- ১৭৭০ৱিলিয়াম ৱৰ্ড্ছৱৰ্থ, ইংৰাজী ৰোমাণ্টিক কবি।
- ১৮৮৯গ্ৰেবিলা ম্ৰিষ্টেল, ন'বেল বঁটা প্ৰাপ্ত চিলিৰ কবি।
- ১৯২০ৰবি শংকৰ, ভাৰতীয় সঙ্গীতজ্ঞ।
- ১৯২৬প্ৰেম নাজিৰ, ভাৰতীয় অভিনেতা।
- ১৯৪২জিতেন্দ্ৰ, ভাৰতীয় অভিনেতা।
- ১৯৪৭নগেন বৰা, অসমীয়া সাহিত্যিক, গীতিকাৰ, সুৰকাৰ, অভিনেতা, আৰু সাংবাদিক।
- ১৯৫৪জেকী চান, হংকঙৰ অভিনেতা।
- ১৯৬০অতুল বৰা, ভাৰতীয় ৰাজনীতিবিদ।
- ১৯৬২উদ্ধৱ ভৰালী, ভাৰতীয় উদ্ভাৱক।
- ১৯৮৮পাৰ্ৱতী থিৰুভথু, ভাৰতীয় অভিনেত্ৰী।
- ১৯৯০মৈত্ৰেয়ী পাটৰ, ভাৰতীয় কবি, গীতিকাৰ আৰু কণ্ঠশিল্পী।
মৃত্যু
- ১৮৭৯বেগম হজৰত মহল, অৱধ ৰাজ্যৰ বেগম আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামী।
- ১৯৪৬পদ্মনাথ গোহাঞি বৰুৱা, অসমীয়া সাহিত্যিক।
- ১৯৪৭হেনৰী ফৰ্ড, আমেৰিকাৰ ঔদ্যোগপতি।
- ২০০৪কেলুচৰণ মহাপাত্ৰ, ভাৰতীয় ধ্ৰুপদী নৃত্যশিল্পী।
- ২০১২মাইক ৱালেঞ্চ, আমেৰিকান সাংবাদিক।
- ২০১২চাৰু গোহাঁই, অসমৰ ৰাজনীতিক।
- ২০১৮মুনিন বৰুৱা, অসমীয়া চলচ্চিত্ৰৰ পৰিচালক।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ