ইতিহাসৰ আজিৰ দিনত
২১ এপ্ৰিল
ঘটনাৱলী
- ৭৫৩ৰোম নগৰৰ প্ৰতিষ্ঠা।
- ১৫২৬পানীপথৰ প্ৰথম যুদ্ধ।
- ১৯৫২লণ্ডন আৰু ৰোমৰ মাজত প্লেন চালনাৰ মাধ্যমেৰে বিশ্বৰ প্ৰথম জেট প্লেন চলাচল আৰম্ভ।
- ২০১৯শ্ৰীলংকাত গীৰ্জা, হোটেল আৰু মছজিদত হোৱা ধাৰাবাহিক বোমা বিস্ফোৰণত কমেও ২৯০ জন মানুহৰ মৃত্যু হয়।
জন্ম
- ১৯৩১মহম্মদ তাহেৰ, অসমীয়া শিক্ষাবিদ আৰু লেখক।
মৃত্যু
- ১৮৮৪কাদম্বৰী দেৱী, ভাৰতীয় নাট্যকাৰ তথা সংগীতজ্ঞ।
- ১৯০৭জগন্নাথ বৰুৱা, অসমৰ চাহ উদ্যোগৰ গুৰি ধৰোঁতা।
- ১৯১০মাৰ্ক টোৱেইন, আমেৰিকান সাহিত্যিক আৰু হাস্যৰসিক।
- ১৯৪৬পদ্মনাথ গোহাঞি বৰুৱা, ভাৰতীয় কবি, ঔপন্যাসিক, নাট্যকাৰ, জীৱনীকাৰ, হাস্যৰসিক, প্ৰবন্ধকাৰ আৰু সাংবাদিক।
- ২০০০নিগাৰ চুলতানা, ভাৰতীয় অভিনেত্ৰী।
- ২০১৩শকুন্তলা দেৱী, "মানৱ কম্পিউটাৰ" নামে পৰিচিত ভাৰতীয় গণিতজ্ঞ।
- ২০১৫জানকী বল্লভ পাটনায়ক, ওড়িশাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অসমৰ প্ৰাক্তন ৰাজ্যপাল। (জন্ম: ৩ জানুৱাৰী, ১৯২৭)
- ২০২১ভিতালী দাস, অসমীয়া সংগীত শিল্পী। (জন্ম: ৬ জুন, ১৯৭৯)
- ২০২১শংখ ঘোষ, ভাৰতীয় কবি আৰু সমালোচক।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ