ইতিহাসৰ আজিৰ দিনত
১২ এপ্ৰিল
ঘটনাৱলী
- ১৯১৯ৰাওলাট আইনৰ প্ৰতিবাদত কলিকতা, লাহোৰ, মুম্বাই আৰু অমৃতসৰত বিক্ষোভ আৰম্ভ হয়।
- ১৯৬১বিশ্বৰ প্ৰথম মহাকাশচাৰী য়ুৰি গেগেৰিনে মহাশূন্যত পদাৰ্পণ কৰে।
জন্ম
- ১৪৮৪সংগ্ৰাম সিং, মেৱাৰৰ ৰাণা।
- ১৮০৭ইলাইজা হুইট্নি ব্ৰাউন, আমেৰিকান লেখিকা।
- ১৯১৭বিনু মানকড়, ভাৰতীয় ক্ৰিকেটাৰ।
- ১৯৪৩সুমিত্ৰা মহাজন, ভাৰতীয় ৰাজনীতিবিদ।
- ১৯৫০মনীষা হাজৰিকা, অসমীয়া কণ্ঠশিল্পী।
- ১৯৫৫গিলবাৰ্টছন চাংমা, ভাৰতীয় ফুটবলাৰ।
মৃত্যু
- ১৮৯২লম্বোদৰ বৰা, অসমীয়া লেখক।
- ১৯৬২মোক্ষগুণ্ডম বিশ্বেশ্বৰায়, ভাৰতীয় অভিযন্তা, বিদ্বান আৰু লোকনায়ক।
- ২০১০ৰবীন্দ্ৰনাথ উপাধ্যায়, ভাৰতীয় গান্ধীবাদী সমাজ সেৱক।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ