ইতিহাসৰ আজিৰ দিনত
১১ এপ্ৰিল
ঘটনাৱলী
- ১৯০৫আইনষ্টাইনে তাৰ আপেক্ষিকতাৰ তত্ত্ব (থিয়ৰী অফ ৰিলেটিভিটি) প্ৰকাশ কৰে।
- ১৯১৯আন্তৰ্জাতিক শ্ৰম সংস্থা প্ৰতিষ্ঠিত হয়।
- ১৯৭০এপোলো ১৩ উৎক্ষেপণ কৰা হয়।
- ১৯৭১স্বাধীন বাংলাদেশ চৰকাৰ গঠিত হয়।
- ১৯৭১তাজউদ্দীন আহমেদ বাংলাদেশৰ প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে শপথ গ্ৰহণ কৰে।
জন্ম
- ১৮২৫ফাৰ্ডিনাণ্ড লাচালে, জাৰ্মানীৰ বিচাৰক তথা দাৰ্শনিক।
- ১৮৬৯কস্তুৰবা গান্ধী, ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এজন বিপ্লৱী তথা মহাত্মা গান্ধীৰ পত্নী। (মৃত্যু: ২২ ফেব্ৰুৱাৰী, ১৯৪৪)
- ১৮৮৭যামিনী ৰয়, ভাৰতীয় চিত্ৰশিল্পী।
- ১৮৮৯হৰিপ্ৰসাদ বৰুৱা, অসমৰ এগৰাকী প্ৰসিদ্ধ অভিযন্তা, সু-সাহিত্যিক, শিক্ষাবিদ তথা প্ৰশাসক আছিল। তেখেত স্বাধীনতা-উত্তৰ অসমৰ প্ৰথম মুখ্য অভিযন্তা আৰু মুখ্য সচিব আছিল।
- ১৯০৪কুন্দনলাল সেয়গল, ভাৰতীয় সঙ্গীত শিল্পী আৰু অভিনেতা। (মৃত্যু: ১৮ জানুৱাৰী,১৯৪৭)
- ১৯৫৩এণ্ড্ৰিউ ৱাইলছ, ইংৰাজী গণিতজ্ঞ।
- ১৯৫৫ৰোহিনী হট্টংগড়ী, ভাৰতীয় অভিনেত্ৰী।
- ১৯৮৪শিল্পা ৰাও, ভাৰতীয় গায়িকা।
- ১৯৯১পুনম পাণ্ডে, ভাৰতীয় মডেল তথা অভিনেত্ৰী।
মৃত্যু
- ২০০১কমল ৰণদিৱে, ভাৰতীয় কোষ জীৱবিজ্ঞানী আৰু কৰ্কট ৰোগ বিশেষজ্ঞ।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ