ইতিহাসৰ আজিৰ দিনত
১০ এপ্ৰিল
ঘটনাৱলী
- ২০১৬কেৰালাৰ কোল্লম জিলাৰ পুত্তিলিঙ্গ মন্দিৰত জুই লগাৰ ফলত প্ৰায় ১১০জন মানুহৰ মৃত্যু ঘটিছিল, ৩০০ জনতকৈও বেছি মানুহ আহত হৈছিল।
জন্ম
- ১৭৭৫চেমুৱেল হ্যানিমেন, জাৰ্মান চিকিৎসক।
- ১৮৯৮আব্ৰাহাম থ'মাছ কুভুৰ, ভাৰতীয় মূলৰ অধ্যাপক আৰু যুক্তিবাদী।
- ১৯৪০ইভা আচাও, অসমীয়া অভিনেত্ৰী। (মৃত্যু: ১৪ জুন, ১৯৮৮)
- ১৯৭৪প্ৰদ্যুত বৰা, ভাৰতীয় ৰাজনৈতিক নেতা।
- ১৯৮৬আয়েশা টাকিয়া, বলিউডৰ অভিনেত্ৰী।
মৃত্যু
- ১৯৯৫মোৰাৰজী দেশাই, ভাৰতৰ ষষ্ঠ প্ৰধান মন্ত্ৰী।
- ১৯৯৭মেহতাব, ভাৰতীয় অভিনেত্ৰী।
- ২০১৭প্ৰদীপ শইকীয়া, অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, শিক্ষাবিদ, প্ৰসিদ্ধ অনুবাদক আৰু ঔপন্যাসিক। (জন্ম: ১৪ ছেপ্টেম্বৰ, ১৯৩৬)
- ২০১৯দ্ৰুপদ বৰগোহাঁই, ভাৰতীয় ৰাজনীতিবিদ।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ