ইতিহাসৰ আজিৰ দিনত
৯ এপ্ৰিল
ঘটনাৱলী
- ১৬৬৯মোগল সম্ৰাট ঔৰংজেৱে সকলো হিন্দু বিদ্যালয় আৰু মন্দিৰ ধ্বংস কৰিবলৈ আদেশ দিছিল।
- ১৯১৮লাটভিয়া দেশে স্বাধীনতা ঘোষণা কৰে।
- ১৯৪৫মাৰ্কিন যুক্তৰাষ্ট্ৰত আণবিক শক্তি কমিছন গঠন কৰা হয়।
- ১৯৬৫ভাৰত আৰু পাকিস্তানৰ মাজত সীমান্ত যুদ্ধ আৰম্ভ হৈছিল।
- ২০২০ভয়াবহ কৰ'না বেমাৰে ১০০ দিন সম্পূৰ্ণ কৰিছিল।
- ২০২১ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২১ আৰম্ভ।
- ২০২১ভিভো ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২১ৰ প্ৰথম মেচত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে মুম্বাই ইণ্ডিয়ানছক ২ উইকেটত পৰাস্ত কৰে।
জন্ম
- ১৮৯৩ৰাহুল সাংকৃত্যায়ন, ভাৰতৰ সুপণ্ডিত আৰু স্বনামধন্য পৰ্যটক। (মৃত্যু: ১৪ এপ্ৰিল,১৯৬৩)
- ১৮৯৮পল ৰ'বচন, আফ্ৰিকান-আমেৰিকান গায়ক আৰু অভিনেতা।
- ১৯০১পল উইলিয়ামছ, আমেৰিকান অভিনেতা আৰু পৰিচালক।
- ১৯২৯শৰণৰাণী বাকলিৱাল, ভাৰতীয় শাস্ত্ৰীয় সৰোদবাদক আৰু সংগীতজ্ঞ।
- ১৯৪৮জয়া বচ্চন, ভাৰতীয় অভিনেত্ৰী আৰু ৰাজনীতিবিদ।
- ১৯৮৭বছেন মুৰ্মু, ভাৰতীয় কণ্ঠশিল্পী আৰু গীতিকাৰ।
মৃত্যু
- ১৬২৬ফ্ৰান্সিস বেকন, ইংৰাজ দাৰ্শনিক।
- ২০১৪আলে নৰেন্দ্ৰ, ভাৰতীয় ৰাজনীতিক।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ