ইতিহাসৰ আজিৰ দিনত
৫ মাৰ্চ
ঘটনাৱলী
- ১৯১৮মস্কোক ৰাছিয়াৰ ৰাজধানী কৰা হয়।
জন্ম
- ১৯০৫প্ৰভাৱতী দেৱী সৰস্বতী, ভাৰতীয় সাহিত্যিক।
- ১৯১১সুব্ৰত মুখোপাধ্যায়, ভাৰতীয় বায়ু সেনাৰ জনক।
- ১৯১২পূৰ্ণানন্দ দত্ত, অসমীয়া মুক্তি যুঁজাৰু, সমাজ সেৱক, শিক্ষা সংগঠক আৰু গান্ধীবাদী কৰ্মী।
- ১৯১৩গংগুবাঈ হংগল, ভাৰতীয় শাস্ত্ৰীয় সংগীতজ্ঞ।
- ১৯৩৪ডেনিয়েল কাহনেমেন, ইজৰাইলী-আমেৰিকীয় মনোবিজ্ঞানী আৰু অৰ্থনীতিবিদ।
- ১৯৯০মনপ্ৰীত কৌৰ, ভাৰতীয় শ্বট-পুটাৰ।
মৃত্যু
- ১৮২৭আলেছেন্দ্ৰো ভল্টা, ইটালীয়ান পদাৰ্থ বিজ্ঞানী, ৰসায়ন বিজ্ঞানী।
- ১৯৪৫বুদ্ধিন্দ্ৰনাথ ভট্টাচাৰ্য, অসমৰ প্ৰথমখন ইংৰাজী-অসমীয়া অভিধান প্ৰণেতা।
- ১৯৫৩জোছেফ ষ্টেলিন, ছোভিয়েট ইউনিয়নৰ নেতা আৰু হিটলাৰ বধৰ নায়ক।
- ২০১২শোভা ব্ৰহ্ম, অসমীয়া চিত্ৰ-শিল্পী আৰু ভাস্কৰ।
- ২০১৬ৰেই টম্লিনছন, আমেৰিকান কম্পিউটাৰ প্ৰগ্ৰামাৰ।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ