অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

৬ মাৰ্চ

জন্ম

  • ১৪৭৫মাইকেলেঞ্জেল', ইটালীয় নৱজাগৰণৰ এজন ভাস্কৰ্যবিদ, চিত্ৰকৰ, স্থপতিবিদ, কবি আৰু অভিযন্তা।
  • ১৫০৮সম্ৰাট হুমায়ুন, দ্বিতীয় মোগল সম্ৰাট। (মৃ.১৫৫৬)
  • ১৮০৬এলিজাবেথ বেৰেট ব্ৰাউনিং, ইংৰাজ কবি। (মৃ.১৮৬১)
  • ১৯২৭গাৰ্চিয়া মাৰ্কেছ, কলম্বিয়ান ঔপন্যাসিক, চুটিগল্প লিখক, পটকথা লিখক তথা সংবাদসেৱী।
  • ১৯৮০ৰূপম ভূঞা, অসমীয়া কণ্ঠশিল্পী, সুৰকাৰ আৰু সংগীত পৰিচালক।

মৃত্যু

  • ২০১৫ৰাম সুন্দৰ দাস, ভাৰতীয় আইনজ্ঞ আৰু ৰাজনীতিবিদ।
  • ২০১৭ৰবাৰ্ট অছবৰ্ণ, আমেৰিকান অভিনেতা।
  • ২০২১গ্ৰাহাম পিংক, ব্ৰিটিছ ধাত্ৰী।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ