ইতিহাসৰ আজিৰ দিনত
১৭ মাৰ্চ
জন্ম
- ১৯০৯ৰামচন্দ্ৰ নাৰায়ণ দণ্ডেকাৰ, ভাৰতীয় শিক্ষাবিদ।
- ১৯৩২নিৰুপমা বৰগোহাঞি, অসমীয়া সাহিত্যিক।
- ১৯৬২কল্পনা চাওলা, ভাৰতীয় মূলৰ আমেৰিকান মহাকাশচাৰী।
- ১৯৭৫পুনিত ৰাজকুমাৰ, ভাৰতীয় অভিনেতা।
- ১৯৯০ছাইনা নেহৱাল, ভাৰতীয় বেডমিণ্টন খেলুৱৈ।
মৃত্যু
- ১৮৬০বালকদাস, ভাৰতীয় সমাজ সংস্কাৰক।
- ২০০৭বনিলী খ’ঙমেন, ভাৰতীয় ৰাজনীতিবিদ।
- ২০১৯মনোহৰ পাৰিকৰ, ভাৰতীয় ৰাজনীতিবিদ।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ