ইতিহাসৰ আজিৰ দিনত
১৬ মাৰ্চ
জন্ম
- ১৭৮৯গিয়ৰ্গ ছিমন ওম, জাৰ্মান পদাৰ্থ বিজ্ঞানী আৰু গণিতজ্ঞ।
- ১৯০১চন্দ্ৰপ্ৰভা শইকীয়ানী, ভাৰতৰ স্বাধীনতা সংগ্ৰামী, সমাজসেৱী আৰু সাহিত্যসেৱী।
- ১৯৩৫ৱাজিদা তাবাচ্চুম, ভাৰতীয় লেখিকা, কবি আৰু গীতিকাৰ।
- ১৯৪৩দিলীপ কুমাৰ বৰুৱা, অসমীয়া শিক্ষাবিদ, লেখক আৰু অৰ্থনীতিবিদ।
- ১৯৫৮মণি কুমাৰ চুব্বা, ভাৰতীয় ৰাজনীতিবিদ।
মৃত্যু
- ১৯৬৮ডেভিদ মেকমিলান, স্কটিছ ৰসায়নবিদ।
- ১৯৭২চন্দ্ৰপ্ৰভা শইকীয়ানী, ভাৰতৰ স্বাধীনতা সংগ্ৰামী, সমাজসেৱী আৰু সাহিত্যসেৱী।
- ১৯৮৬ললিত কুমাৰ দলে, ভাৰতীয় ৰাজনীতিক।
- ২০২১মওদুদ আহমেদ, বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ