ইতিহাসৰ আজিৰ দিনত
১৮ মাৰ্চ
জন্ম
- ১৯২২ৰবীন দে, অসমীয়া থ্ৰিলাৰ ঔপন্যাসিক আৰু অভিনেতা।
- ১৯২৬অক্কিতম অচ্যুতম নম্বুথিৰী, ভাৰতীয় সাহিত্যিক।
- ১৯৩৮শশী কাপুৰ, ভাৰতীয় অভিনেতা।
- ১৯৪৯অৰ্চনা মহন্ত, অসমীয়া কণ্ঠশিল্পী।
- ১৯৫৬অৰুন্ধতী ভট্টাচাৰ্য্য, ভাৰতীয় বেংকাৰ আৰু ভাৰতীয় ষ্টেট বেংকৰ ভূতপূৰ্ব অধ্যক্ষ।
- ১৯৫৭ৰত্না পাঠক শ্বাহ, ভাৰতীয় অভিনেত্ৰী আৰু পৰিচালক।
মৃত্যু
- ১৯৭৭সিদ্ধেশ্বৰী দেৱী, ভাৰতীয় কণ্ঠশিল্পী।
- ১৯৮০লুডৱিগ গুটমেন, জাৰ্মান-ব্ৰিটিছ স্নায়ুৰোগ বিশেষজ্ঞ।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ