ইতিহাসৰ আজিৰ দিনত
১১ মাৰ্চ
জন্ম
- ১৯১৫বিজয় হাজাৰে, ভাৰতীয় ক্ৰিকেটাৰ।
- ১৯২৭বিশ্বনাথন শান্তা, ভাৰতীয় কৰ্কট ৰোগ বিশেষজ্ঞ।
মৃত্যু
- ২২২এলাগাবোলাছ, ৰোমান সম্ৰাট।
- ১৮৬৯ভ্লাডিমিৰ অডয়েভেস্কি, ৰাছিয়ান দাৰ্শনিক।
- ১৯৩৯বানী বসু, ভাৰতীয় সাহিত্যিক।
- ১৯৫৫আলেকজেণ্ডাৰ ফ্লেমিং, স্কটলেণ্ডৰ জীৱ বিজ্ঞাৱী
- ১৯৬৩মহম্মদ নিছাৰ, ব্ৰিটিছ শাসিত ভাৰত আৰু পাকিস্তানৰ ক্ৰিকেটাৰ।
- ২০০৮পদ্ম বৰকটকী, অসমীয়া সাহিত্যিক তথা সাংবাদিক।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ