ইতিহাসৰ আজিৰ দিনত
২৭ ফেব্ৰুৱাৰী
ঘটনাৱলী
- ১৮৪৪ড'মিনিকান প্ৰজাতন্ত্ৰই হাইটিৰ পৰা স্বাধীনতা লাভ কৰিছিল।
- ১৮৭০জাপানৰ ৰাষ্ট্ৰীয় পতাকা গ্ৰহণ কৰা হৈছিল।
- ১৯৯১ইৰাকৰ দমনৰ পৰা কুৱেইট মুক্ত কৰাৰ কথা আনুষ্ঠানিক ঘোষণা কৰে তদানীন্তন আমেৰিকান ৰাষ্ট্ৰপতি এইচ. ডাবল্যূ. বুশ্বে।
- ২০০২গুজৰাটৰ গোধ্ৰা নামৰ ঠাইত হিন্দু স্বয়ংসেৱক কঢ়িযাই নিয়া এখন ৰে'লগাড়ী জ্বলাই দিয়া হয় ফলত কমেও ৬০ জন লোকৰ প্ৰাণহানি হয়।
জন্ম
- ২৭২কনষ্টেনটাইন, ৰোমান সম্ৰাট।
- ১৯২৫ব্ৰজেন বৰুৱা, অসমীয়া চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক, সঙ্গীত পৰিচালক, কণ্ঠশিল্পী, অভিনেতা আৰু চিত্ৰনাট্যকাৰ।
- ১৯৮৬সন্দীপ সিং, ভাৰতীয় হকী খেলুৱৈ।
- ১৯৮৮সুবাসনা দত্ত, অসমীয়া কণ্ঠশিল্পী।
মৃত্যু
- ১৯৩১চন্দ্ৰশেখৰ আজাদ, ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ মুক্তিযুঁজাৰু।
- ২০১০নানাজী দেশমুখ, ভাৰতীয় সমাজকৰ্মী।
- ২০২১ভৱকৃষ্ণ গোস্বামী, অসমৰ সত্ৰীয়া নৃত্য শিল্পী।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ