অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

১৪ ফেব্ৰুৱাৰী

জন্ম

মৃত্যু

  • ১৭৭৯জেমছ কুক, ব্ৰিটিছ অভিযানকাৰী, নাৱিক, নক্সাকাৰ তথা ৰাজকীয় নৌ বাহিনী অধিনায়ক।
  • ১৯৮০ৰুদ্ৰ বৰুৱা, অসমীয়া গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী, সংগীত পৰিচালক তথা অভিনেতা। লুইত কোঁৱৰ নামেৰে পৰিচিত। 'হয়েৰা জেতুকী বাই', 'পকা ধানৰ মাজে মাজে' আদি তেখেতৰ উল্লেখযোগ্য গীত। তেখেতে 'বনকোঁৱৰ' আনন্দিৰাম দাসৰ 'বনগীত'সমূহৰ উন্নতি সাধন কৰিছিল। (জন্ম: ২৬ নৱেম্বৰ, ১৯২৬)

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ