ইতিহাসৰ আজিৰ দিনত
১৫ ফেব্ৰুৱাৰী
জন্ম
- ১৫৬৪গেলিলিঅ’ গেলিলি, ইটালীৰ পদাৰ্থবিদ, গণিতজ্ঞ, জ্যোতিৰ্বিদ আৰু দাৰ্শনিক।
- ১৯১৫কজ্জনবাঈ, ভাৰতীয় কণ্ঠশিল্পী আৰু অভিনেত্ৰী।
মৃত্যু
- ১৮৬৯মিৰ্জা গালিব, ভাৰতীয় কবি।
- ১৯৪৮সুভদ্ৰা কুমাৰী চৌহান, হিন্দী সাহিত্যৰ ভাৰতীয় কবি।
- ১৯৮৮ৰিচাৰ্ড ফাইনমেন, আমেৰিকান তাত্ত্বিক পদাৰ্থবিজ্ঞানী।
- ২০০৮মনোৰমা, ভাৰতীয় অভিনেত্ৰী।
- ২০২২সন্ধ্যা মুখাৰ্জী, ভাৰতীয় কণ্ঠশিল্পী।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ