ইতিহাসৰ আজিৰ দিনত
১৩ ফেব্ৰুৱাৰী
জন্ম
- ১৮৭৯সৰোজিনী নাইডু, ভাৰতৰ স্বাধীনতা সংগ্ৰামী আৰু কবি। (মৃত্যু: ২ মাৰ্চ, ১৯৪৯)। তেওঁ “ভাৰতৰ কোকিল” বা “দি নাইটিংগেল অৱ ইণ্ডিয়া” নামেও পৰিচিত। সৰোজিনী নাইডু ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতি নিৰ্বাচিত হৈছিল। স্বাধীন ভাৰতত তেওঁ উত্তৰ প্ৰদেশৰো ৰাজ্যপাল হৈছিল।
- ১৯১৫মেজৰ জেনেৰেল আং চান, ম্যানমাৰৰ স্বাধীনতা সংগ্ৰামী। নোবেল জয়ী আং চান চ্যু কিৰ পিতৃ। (মৃত্যু: ১৯ জুলাই, ১৯৪৭)
- ১৯৬৫ইন্দ্ৰাণী ৰায়মেধি, অসমীয়া সাহিত্যিক।
- ১৯৮৩গোলাপ ৰাভা, অসমৰ শৰীৰ চৰ্চাবিদ।
- ১৯৮৫সোমদেৱ দেৱবৰ্মন, ভাৰতীয় পেচাদাৰী টেনিছ খেলুৱৈ।
- ১৯৯৩ৰেহনেছ টি পি, ভাৰতীয় ফুটবল খেলুৱৈ।
- ১৯৯৫বৰুণ সিং ভাটী, ভাৰতীয় পেৰালিম্পিক হাই জাম্প খেলুৱৈ।
মৃত্যু
- ১৫২১ফাৰ্ডিনেণ্ড মেগালান, পৰ্টুগীজ অভিযাত্ৰী।
- ১৯৬৯লক্ষ্মীনাথ দাস, অসমীয়া বিজ্ঞানী, উদ্যোগী, উদ্ভাৱক আৰু অধ্যাপক।
- ১৯৭৪শ্ৰীকৃষ্ণ নাৰায়ণ ৰতনঝংকাৰ, হিন্দুস্তানী শাস্ত্ৰীয় সংগীত শিল্পী।
- ২০০৩মেদিনী চৌধুৰী, অসমীয়া ঔপন্যাসিক, ভ্ৰমণ কাহিনী, বুৰঞ্জীমূলক গ্ৰন্থৰ প্ৰণেতা। ১৯৯৯ চনত তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। 'ফেৰেংগাদাও' তেওঁৰ এখন বহুজন পঠিত জনপ্ৰিয় উপন্যাস।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ