অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

৭ ডিচেম্বৰ

ঘটনাৱলী

জন্ম

  • ১৮৬১মেজৰ-জেনেৰেল ছাৰ জন এডৱাৰ্ড কেপাৰ, ঊনবিংশ শতিকাৰ শেষৰ ফালে আৰু বিংশ শতিকাৰ আৰম্ভণিতে ব্ৰিটিছ সেনাৰ এজন জ্যেষ্ঠ বিষয়া আছিল যিয়ে ব্ৰিটিছ ভাৰতৰ উত্তৰ-পশ্চিম সীমান্তত, দক্ষিণ আফ্ৰিকাত আৰু প্ৰথম বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছ সেনাৰ হৈ সেৱা আগবঢ়াইছিল। তাৰ উপৰিও এজন অভিজ্ঞ অভিযন্তা হিচাপে কেপাৰ ভাৰতত থকা সময়ছোৱাত অসংখ্য নিৰ্মাণ প্ৰকল্পত জড়িত আছিল আৰু ব্ৰিটেইনত এয়াৰশ্বিপৰ বিকাশৰ পথপ্ৰদৰ্শন কৰিছিল। মৃত্যু ২৪ মে', ১৯৫৫।
  • ১৮৯৮প্ৰসন্নলাল চৌধুৰী, অসমীয়া কবি, নাট্যকাৰ। বিদ্ৰোহী কবি নামেৰে জনাজাত।
  • ১৯০৬যজ্ঞেশ্বৰ শৰ্মা, অসমীয়া কবি, সাহিত্যক। নগাঁও মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ। তেওঁ ১৯৭৬ চনৰ অসম সাহিত্য সভাৰ টিহু অধিবেশনত সভাপতিত্ব কৰিছিল। তেখেত সাহিত্য ক্ষেত্ৰখনৰ বাহিৰেও অৰ্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক ভাৱেও আগৰণুৱা ব্যক্তি আছিল। অসম সাহিত্য সভাই শৰ্মা ডাঙৰীয়াক ১৯৮৯ চনত সাহিত্যচাৰ্য উপাধি প্ৰদান কৰে। এইগৰাকী মহান অসমীয়া সাহিত্যিকৰ মৃত্যু হয় ১৯৯৮ চনৰ ১৩ নৱেম্বৰত।
  • ১৯২৮কলানিধি নাৰায়ণন, ভাৰতীয় নৃত্যশিল্পী আৰু ভাৰতনাট্যমৰ ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ শিক্ষক।

মৃত্যু

  • ২০১১ৱাজিদা তাবাচ্চুম, ভাৰতীয় উৰ্দু ভাষাৰ লেখিকা, কবি আৰু গীতিকাৰ।
  • ২০২২খনীন মহন্ত, শোধনাগাৰ আন্দোলন,ভাষা আন্দোলন,বিদেশী বহিষ্কাৰ আন্দোলনৰ অগ্ৰণী নেতা অগপৰ অন্যতম প্ৰতিষ্ঠাপক।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ