অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

২৭ ডিচেম্বৰ

ঘটনাৱলী

জন্ম

  • ১৯০১মাৰ্লিন ডিট্ৰিস, জাৰ্মান-আমেৰিকান অভিনেত্ৰী আৰু গায়িকা।
  • ১৯৫০মুস্তানছিৰ বাৰ্মা, পৰিসাংখ্যিক পদাৰ্থ বিজ্ঞানৰ এগৰাকী ভাৰতীয় বিজ্ঞানী। তেওঁ ২০০৭ চনৰ পৰা ২০১৪ চনলৈ টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানৰ প্ৰাক্তন সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁক ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ যুৱ বিজ্ঞানী বঁটা(১৯৮০), চি.এছ.আই.আৰ.-ৰ দ্বাৰা প্ৰদান কৰা ভৌতিক বিজ্ঞানৰ বাবে শান্তি স্বৰূপ ভাটনাগৰ বঁটা(১৯৯৫),ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ এছ.এন. বোস জন্ম শতবাৰ্ষিকী বঁটা (২০০৭) আৰু ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী(২০১৩) প্ৰদান কৰা হয়।

মৃত্যু

  • ২০২০সুনীল কোঠাৰী, ভাৰতীয় নৃত্য ইতিহাসবিদ, বিদ্বান আৰু সমালোচক।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ