ইতিহাসৰ আজিৰ দিনত
২৬ ডিচেম্বৰ
ঘটনাৱলী
- ২০০৪দক্ষিণ-পূব এছিয়াত হোৱা প্ৰলয়ঙ্কাৰী ছুনামিত কমেও দহ হেজাৰ লোকৰ মৃত্যু।
জন্ম
- ১৭৯১চাৰ্লছ বেবেজ, কম্পিউটাৰৰ পিতৃ পুৰুষ।
- ১৮৯৩মাও জেদং, চীনৰ মাওবাদী বিপ্লবৰ নেতা।
- ১৮৯৯উধাম সিং, ভাৰতীয় স্বাধীনতা সংগ্ৰামী।
- ১৯১৮টি. এ. সৰস্বতী আম্মা, ভাৰতীয় শিক্ষাবিদ, পণ্ডিত, গৱেষক, গণিতজ্ঞ।
- ১৯২৯তাৰক মেহতা, ভাৰতীয় লেখক, হাস্যৰসিক, নাট্যকাৰ।
- ১৯৮৫উদয়ন দুৱৰা, ভাৰতীয় চলচ্চিত্ৰ অভিনেতা।
মৃত্যু
- ১৯৮১সাৱিত্ৰী গনেশান, ভাৰতীয় অভিনেত্ৰী, গায়িকা, নৃত্যশিল্পী, পৰিচালক আৰু প্ৰযোজক।
- ১৯৮৬বীণা দাস, ভাৰতীয় স্বাধীনতা সংগ্ৰামী।
- ১৯৯৯শঙ্কৰ দয়াল শৰ্মা, ভাৰতৰ নৱম ৰাষ্ট্ৰপতি।
- ২০১৪কৰুণা কান্ত কলিতা, বৈষ্ণৱ পণ্ডিত তথা শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰাক্তন পদাধিকাৰ।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ