অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

২৮ ডিচেম্বৰ

ঘটনাৱলী

জন্ম

  • ১৯০৭গণেশ গগৈ, অসমীয়া সাহিত্য জগতৰ অন্যতম ৰোমাণ্টিক কবি।
  • ১৯১১ফনি মজুমদাৰ, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক।
  • ১৯৩২ধীৰুভাই আম্বানি, ভাৰতৰ উল্লেখযোগ্য ব্যৱসায়ী।
  • ১৯৩৪মেগী স্মিথ, হলিউডৰ অভিনেত্ৰী।
  • ১৯৩৭ৰতন টাটা, ভাৰতৰ উল্লেখযোগ্য ব্যৱসায়ী।
  • ১৯৫২অৰুণ জেটলী, ভাৰতীয় ৰাজনীতিবিদ আৰু আইনজ্ঞ।

মৃত্যু

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ