অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

৯ নৱেম্বৰ

জন্ম

  • ১৮৭৭মহম্মদ ইকবাল, উৰ্দু কবি।
  • ১৯৩৪কাৰ্ল চাগান, আমেৰিকান জ্যোতিৰ্বিজ্ঞানী।
  • ১৯৩৯অজয় ঘটক, ভাৰতীয় পদাৰ্থবিজ্ঞানী আৰু পদাৰ্থবিজ্ঞান বিষয়ক পাঠ্যপুথিৰ ৰচক।
  • ১৯৫৭উদয় উমেশ ললিত, ভাৰতৰ ৪৯তম মুখ্য ন্যায়াধীশ।

মৃত্যু

  • ১৮৮৩মাইলছ ব্ৰনছন, প্ৰথম অসমীয়া " অসমীয়া-ইংৰাজী" অভিধান ৰচয়িতা।
  • ১৯৬২ধন্দ কেশৱ কৰ্ৱে, ভাৰতীয় সমাজ সংস্কাৰক, অধ্যাপক আৰু লেখক।
  • ২০০৩পুষ্পলতা দাস, এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী, গান্ধীবাদী, সমাজ সংস্কাৰক আৰু ৰাজনৈতিক নেত্ৰী।
  • ২০০৫কে আৰ নাৰায়ণন, ভাৰতৰ দশম ৰাষ্ট্ৰপতি আৰু নৱমগৰাকী উপৰাষ্ট্ৰপতি।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ