ইতিহাসৰ আজিৰ দিনত
১৫ নৱেম্বৰ
ঘটনাৱলী
- ১৯৪৯মহাত্মা গান্ধীৰ হত্যাৰ অভিযোগত নাথুৰাম গডছে আৰু নাৰায়ণ দত্তাত্ৰেয় আপ্তেক আম্বালা জেলত ফাঁচি দিয়া হয়।
- ১৯৮৩চাইপ্ৰাছে স্বাধীনতা লাভ কৰে।
- ২০০০অসমৰ সত্ৰীয়া নৃত্যক সংগীত নাটক একাডেমীয়ে ভাৰতৰ অন্যতম শাস্ত্ৰীয় নৃত্যৰ মৰ্য্যদা প্ৰদান কৰে।
- ২০০০ঝাৰখণ্ডক ভাৰতৰ ২৮ সংখ্যক ৰাজ্য হিচাপে ঘোষণা কৰা হয়।
- ২০০৭বাংলাদেশত হোৱা ঘূৰ্ণী বতাহত প্ৰায় ৭০০০ মানুহৰ মৃত্যু হয়।
জন্ম
- ১৮৬৬কৰ্ণেলিয়া সৰাবজী, ভাৰতীয় বিদুষী মহিলা।
- ১৮৭৫বীৰচা মুণ্ডা, ভাৰতৰ স্বাধীনতা সংগ্ৰামী।
- ১৮৯৪বাণীকান্ত কাকতি, অসমীয়া ভাষাবিদ, গৱেষক তথা সাহিত্যিক।
- ১৯২৩ড° গোলোকচন্দ্ৰ গোস্বামী, অসমৰ ভাষাত্ত্ববিদ, গৱেষক।
- ১৯৭০বিদিতা অশোক বৈদ্য, ভাৰতীয় স্নায়ুবিজ্ঞানী।
- ১৯৮৬ছানিয়া মিৰ্জা, আন্তৰ্জাতিক ভাৰতীয় মহিলা টেনিচ খেলুৱৈ।
মৃত্যু
- ১৬৩০জহান্স কেপলাৰ, জাৰ্মান জ্যোতিৰ্বিজ্ঞনী।
- ১৯১৭ইমিল ডাৰখাইম, ফৰাচী সমাজতত্ত্ববিদ।
- ১৯৮২বিনোৱা ভাৱে, ভূ-দান আন্দোলনৰ নেতা।
- ১৯৮৭শ্যামল মিত্ৰ, ভাৰতীয় কণ্ঠশিল্পী।
- ২০১৫ছৈয়দ জাফৰি, ভাৰতীয় অভিনেতা।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ