অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

২৮ অক্টোবৰ

ঘটনাৱলী

  • ১৯২২আলবেনিয়াৰ স্বাধীনতা ঘোষণা কৰা হয়।
  • ১৯৬০শিল্পী যুগল দাসে অংকন কৰা অসম সাহিত্য সভাৰ প্ৰতীক চিহ্ন সভাই গ্ৰহণ কৰে।
  • ১৯৯৯ভাৰতৰ বিৰুদ্ধে থকা আমেৰিকাৰ অৰ্থনৈতিক নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰে।

জন্ম

  • ১০১৭তৃতীয় হেনৰি, জাৰ্মান সম্ৰাট।
  • ১৮৬৭ভগ্নী নিবেদিতা, এংলো-আইৰিছ সমাজ কৰ্মী, লেখক, শিক্ষক আৰু স্বামী বিবেকানন্দৰ শিষ্য।।
  • ১৮৯২মণিলাল মোহনদাস গান্ধী, মোহনদাস কৰমচান্দ গান্ধী আৰু কস্তুৰবা গান্ধীৰ দ্বিতীয় সন্তান।
  • ১৯৪৬জৰ্জ বেকাৰ, ভাৰতীয় অভিনেতা আৰু ৰাজনৈতিক নেতা।
  • ১৯৫০লোকনাথ গোস্বামী, অসমৰ প্ৰসিদ্ধ লেখক, গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী, সংগীত ব্যৱস্থাপক আৰু সমাজকৰ্মী।
  • ১৯৫৫বিল গেট্‌ছ, মাইক্ৰছফট্ স্বতাধিকাৰী।
  • ১৯৫৫ইন্দ্ৰা নূয়ী, বিশ্বৰ দ্বিতীয় বৃহত্তম খাদ্য আৰু শীতল পানীয় উৎপাদনকাৰী প্ৰতিষ্ঠান পেপছিক’ৰ মুৰব্বী তথা মুখ্য কাৰ্যবাহী বিষয়া।
  • ১৯৭৮অদিতি ৰাও হায়দৰী, ভাৰতীয় অভিনেত্ৰী, নৃত্যশিল্পী আৰু গায়িকা৷

মৃত্যু

  • ১৬২৭জাহাংগীৰ, চতুৰ্থ মোগল সম্ৰাট।
  • ১৭০৪জন ল'কে, ইংৰাজ দাৰ্শনিক, উদাৰতাবাদৰ জনক। (মৃঃ ২৯ আগষ্ট, ১৬৩২)
  • ২০১১শ্ৰীলাল শুক্লা, হিন্দী ভাষাৰ ব্যংগ লেখক।
  • ২০২১অৱন বৰপূজাৰী, অসমীয়া ঘোষক, বাতৰি পৰিৱেশক, কবি, ঔপন্যাসিক আৰু প্ৰবন্ধকাৰ।
  • ২০২২নীলপৱন বৰুৱা, অসমৰ এগৰাকী খ্যাতনামা চিত্ৰশিল্পী। (জঃ ১ জুন, ১৯৩৬)

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ