ইতিহাসৰ আজিৰ দিনত
২৯ অক্টোবৰ
ঘটনাৱলী
জন্ম
- ১৭৪০জেছ বছৱেল, স্কটলেণ্ডৰ সাহিত্যিক, জীৱনীকাৰ।
- ১৮৫১ৰায়বাহাদুৰ জগন্নাথ বৰুৱা, অসমৰ চাহ উদ্যোগৰ গুৰি ধৰোঁতা।
- ১৮৯৭যোছেফ গোৰৱেলছ, হিটলাৰৰ অধীনৰ জাৰ্মানীৰ প্ৰচাৰমন্ত্ৰী।
- ১৯১৭সত্য প্ৰসাদ বৰুৱা, অসমীয়া নাট্যকাৰ।
- ১৯২০বাৰুজ বেনাকেৰৰাফ, প্ৰখ্যাত আমেৰিকান বিজ্ঞানী।
- ১৯৮৫বিজেন্দৰ সিং, ভাৰতীয় পেছাদাৰী বক্সাৰ আৰু ৰাজনীতিবিদ।
মৃত্যু
- ১৯৩৩এলবাৰ্ট কামেট, ফৰাচী বিজ্ঞানী।
- ১৯৫৮মৌলবী মফিজুদ্দিন আহমদ হাজৰিকা, জ্ঞান-মালিনী কবি খ্যাত অসমীয়া কবি।
- ২০২০গৌৰী বৰ্মন, অসমৰ চিত্ৰশিল্পী, চলচ্চিত্ৰ পৰিচালক, তথ্যচিত্ৰ নিৰ্মাতা।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ