অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰোডা হোমী মিস্ত্ৰী

ৰোডা হোমী মিস্ত্ৰী ( Roda Homi Mistry; ১৬ অক্টোবৰ ১৯২৮- ৮ জুন ২০০৪) এগৰাকী ভাৰতীয় ৰাজনীতিক আৰু হায়দৰাবাদৰ গাচীবৌউলিত অৱস্থিত ৰোডা মিস্ত্ৰী কলেজ অফ ছোচিয়েল ৱৰ্ক এণ্ড ৰিচাৰ্ছ চেণ্টাৰৰ প্ৰতিষ্ঠাপক।

হালনাগাদ: ২১ ফেব্ৰুৱাৰী ২০২৫ ৯৫ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ৰোডা হোমী মিস্ত্ৰী ( Roda Homi Mistry; ১৬ অক্টোবৰ ১৯২৮- ৮ জুন ২০০৪) এগৰাকী ভাৰতীয় ৰাজনীতিক আৰু হায়দৰাবাদৰ গাচীবৌউলিত অৱস্থিত ৰোডা মিস্ত্ৰী কলেজ অফ ছোচিয়েল ৱৰ্ক এণ্ড ৰিচাৰ্ছ চেণ্টাৰৰ প্ৰতিষ্ঠাপক। ১ তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা অন্ধ্ৰপ্ৰদেশক প্ৰতিনিধিত্ব কৰি ভাৰতৰ উচ্চ সদন ৰাজ্যসভাৰ সাংসদ কাৰ্যনিৰ্বাহ কৰিছিল। ২ ৩ ৪ ৫ ইয়াৰ পূৰ্বে তেওঁ অন্ধ্ৰপ্ৰদেশ ৰাজ্য চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী আৰু পৰ্যটন মন্ত্ৰী আছিল। ৫ ৬ ২০০৬ চনৰ ৮ জুলাইত হায়দৰাবাদত তেওঁৰ মৃত্যু হয়। ৭ তেওঁ এগৰাকী পাৰ্চী সম্প্ৰদায়ৰ ব্যক্তি আছিল। ৮ তেওঁৰ নাতিনীয়েক ৯ লাইলা এম আলফন্স এগৰাকী আমেৰিকান সাংবাদিক আৰু "ট্ৰাইম্ফ অভাৰ ডিচক্ৰিমিনেচন: দ্য লাইফ ষ্ট'ৰী অৱ ড° ফাৰহাং মেহৰ"ৰ লেখিকা।

তথ্যসূত্ৰ

  1. ↑ RMCSW:: HOME. cswhyd.org
  2. ↑ RAJYA SABHA MEMBERS BIOGRAPHICAL SKETCHES 1952 – 2003. ৰাজ্যসভা
  3. ↑ Women Members of Rajya Sabha. ৰাজ্যসভা. পৃ. 147
  4. ↑ (7 April 1986). Lok Sabha Debates. Lok Sabha Secretariat. পৃ. 69–70
  5. ↑ Olivia Cox-Fill. (1996). For Our Daughters: How Outstanding Women Worldwide Have Balanced Home and Career. Greenwood Publishing Group. পৃ. 110–. ISBN 978-0-275-95199-3
  6. ↑ (31 October 1978). Andhra Pradesh: Angry protests. ইণ্ডিয়া টুডে
  7. ↑ Roda Mistry. meherbabatravels jimdo page!
  8. ↑ Wecker, Menachem. (2016-03-27). What It's Like to Have to Date Someone of Your Religion to Save It From Extinction. The Atlantic
  9. ↑ Wecker, Menachem. (2016-03-27). What It's Like to Have to Date Someone of Your Religion to Save It From Extinction. The Atlantic

সম্পৰ্কিত শ্ৰেণী

ৰাজ্যসভাৰ সাংসদভাৰতীয় ৰাজনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰোডা হোমী মিস্ত্ৰী” প্ৰবন্ধৰ সংশোধন ৪৮০৪৬৭ (২১ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।