অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ৰূপহী থেকেৰা

ৰূপহী থেকেৰা (বৈজ্ঞানিক নাম: Garcinia lanceifolia) এবিধ চিৰসেউজ ঔষধি উদ্ভিদ। এচিয়াৰ বিভিন্ন দেশ যেনে ভাৰত, বাংলাদেশ, ম্যানমাৰ আদিত ইয়াক থলুৱাভাৱে পোৱা যায়। উত্তৰ-পূব ভাৰতৰ বিভিন্ন থলুৱা জনগোষ্ঠীসমূহে বিভিন্ন ৰোগৰ ঔষধ হিচাপে ইয়াৰ ব্যৱহাৰ কৰে।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৫ ৬১ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

ৰূপহী থেকেৰা (বৈজ্ঞানিক নামকৰণ পদ্ধতি: Garcinia lanceifolia) এবিধ চিৰসেউজ ঔষধি উদ্ভিদ। এচিয়াৰ বিভিন্ন দেশ যেনে ভাৰত, বাংলাদেশ, ম্যানমাৰ আদিত ইয়াক থলুৱাভাৱে পোৱা যায়। উত্তৰ-পূব ভাৰতৰ বিভিন্ন থলুৱা জনগোষ্ঠীসমূহে বিভিন্ন ৰোগৰ ঔষধ হিচাপে ইয়াৰ ব্যৱহাৰ কৰে। ৰূপহী থেকেৰা উত্তৰ-পূব ভাৰতৰ বিভিন্ন ৰন্ধন-প্ৰণালীৰো অংশ।১

ইয়াক অসমীয়াত কণ- থেকেৰা বুলিও কোৱা হয়। মিজো ভাষাত ইয়াক চেংকক, গাৰো ভাষাত ঠিছুৰু আৰু খাচী ভাষাত ডিয়েং-চহ-জাড়ু বোলা হয়।১

তথ্যসূত্ৰ

  1. ↑ Bora, Nilutpal Sharma; Kakoti, Bibhuti Bhusan; Gogoi, Barnali. (2014-10-30). Study on Antibacterial Activity of the Bark of Garcinia lanceifolia Roxb.. International Scholarly Research Notices. পৃ. 784579

সম্পৰ্কিত শ্ৰেণী

উদ্ভিদজগতঅসমৰ উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰূপহী থেকেৰা” প্ৰবন্ধৰ সংশোধন ৫৪০৫৭১ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।